ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহ

ASSAM TIMES POST by ASSAM TIMES POST
December 16, 2019
Reading Time: 1 min read
A A
0
নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহ

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

ডিফু: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলতৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ অংশ স্বৰূপে ১৬, ১৭, আৰু ১৮ ডিচেম্বৰত ছাত্ৰসংগঠনটৰ আহ্বান মৰ্মে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কাৰবি আংলং আছুৰ উদ্যোগত আৰু জাতীয় দল সংগঠন লগতে ডিফুবাসী ৰাইজৰ সহযোগত গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ আৰম্ভ হৈছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/12/WhatsApp-Video-2019-12-16-at-6.59.32-PM.mp4

ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত বিশিষ্ট সাহিত্যিক, বুদ্ধিজিৱী জ্যেষ্ঠ সাংবাদিক, শিল্পী, ডিফুবাসী ৰাইজ আৰু আছুৰ শতাধিক সদস্যই সমবেতহৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে কয়যে, এই আইনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব ৷

নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই অসমৰ ৰাইজে মানি নলয়, ৷ ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত সম্পাদিত হোৱা অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু – মুছলমান সকলো বিদেশীৰ বোজা অসমে বহন নকৰে বুলি যদিও এই আইনৰ জৰিয়তে অসম চুক্তিৰ অৱমাননা কৰি বাংলাদেশীক চৰকাৰে দেশত নাগৰিকত্ব দিয়াৰ সুব্যৱস্থা কৰি দিছে বুলি আজিৰ গণ সত্যাগ্ৰহত অংশ গ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই কয় ৷

ইয়াৰ পিছত প্ৰতিবাদকাৰী সকলে ডিফুৰ একাংশ চুবুৰীয়ে, চুবুৰীয়ে ৱাৰ্ডে ৱাৰ্ডে সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰ বিৰোধী শ্ল’গান দি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্থ কৰে ৷

Tags: Featured
Share18Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx