ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly I বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা মাত্ৰ ৩৮১ বিদেশীক বহিষ্কাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2023
Reading Time: 1 min read
A A
0
Assam Assembly I বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা মাত্ৰ ৩৮১ বিদেশীক বহিষ্কাৰ

RELATED POSTS

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন (Autumn Session of Assam Legislative Assembly)। এই অধিবেশনৰ প্ৰথম দিনটোত বিধায়ক অখিল গগৈয়ে অসমৰ পৰা বিদেশী বহিষ্কৰণ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন (Questions regarding foreign expulsion) উত্থাপন কৰে। অখিল গগৈ (Akhil Gogoi)য়ে প্ৰশ্ন কৰে যে ২০০১ চনৰ পৰা ২০২৩ চনলৈ কিমান বিদেশী নাগৰিকক চিনাক্তকৰণ তথা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন বা বহিষ্কৰণ কৰা হৈছে? 

বিজেপি চৰকাৰ
বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা মাত্ৰ ৩৮১ বিদেশীক বহিষ্কাৰ:

ইয়াৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০০১ চনৰ পৰা ২০২৩ চনলৈ বিদেশী ন্যায়াধীকৰণে মুঠ ১৩১,৬৪৯ গৰাকী বিদেশী লোকক চিনাক্ত কৰিছে। ইয়াৰ বিপৰীতে বহিষ্কাৰ কৰা হৈছে মাত্ৰ ৩,১০০ জন বিদেশীক৷

আনহাতে, চলিত বছৰত এতিয়ালৈকে ২৫ গৰাকী বিদেশীক বহিষ্কাৰ কৰা হৈছে৷ ইয়াৰ উপৰি ৰাজ্যত বিজেপিয়ে শাসনভাৰ লোৱাৰ পিছৰ পৰা, ২০১৬-২০২৩ চনলৈ সাত বছৰত মাত্ৰ ৩৮১ জন বিদেশীকহে বহিষ্কাৰ (Only 381 foreigners deported) কৰিছে । ইয়াৰ উপৰি ২০০১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৮৯০ জন বিদেশী লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলি ৰাজ্য চৰকাৰে জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AkhilGogoiAssemblyAssamLegislativeAssemblyঅখিলগগৈবিধানসভাঅসম বিধানসভাশৰৎকালীনঅধিবেশন
Share4Tweet3Send

Related Posts

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

by News Desk
October 5, 2026
50
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
50
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল
Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

by News Desk
October 5, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

by News Desk
October 5, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
51
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d