ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly Autumn Session I অন্ত পৰিল বিধানসভাৰ শৰৎকালীন, কি কি বিধেয়ক গৃহীত হ’ল

নিউজ ডেস্কঃ

News Desk by News Desk
September 15, 2023
Reading Time: 1 min read
A A
0
Assam Assembly Autumn Session I অন্ত পৰিল বিধানসভাৰ শৰৎকালীন, কি কি বিধেয়ক গৃহীত হ’ল

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ (Autumn Session of Assam Legislative Assembly) শুকুৰবাৰে অন্ত পৰে । অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনত প্ৰথমবাৰ বাবে অনুষ্ঠিত এই অধিবেশনত তিনিদিন চৰকাৰী আৰু দুদিন বেচৰকাৰী কাৰ্যসূৰ্যচী ৰখা হয়। উল্লেখ্য যে এইবাৰৰ বিধানসভাৰ অধিবেশন মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ উত্তাল হৈ থাকে। তাৰ মাজতে বিধায়ক অখিল গগৈয়েও বিধানসভাত সৰৱ হোৱা দেখা যায় ।

আনহাতে, শুকুৰবাৰে প্ৰশ্নোত্তৰৰ শিতানেৰে আৰম্ভ হোৱা বিধানসভা অধিবেশনৰ অন্তিমদিনা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু খনিজাত, ভূমি সংৰক্ষণ, তথ্য-প্ৰযুক্তি, জলসিঞ্চন, পাহাৰীয়া এলেকা, হস্ততাঁত আৰু বস্ত্ৰশিল্প, গৃহ আৰু নগৰ উন্নয়ন পৰিক্ৰমা, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ প্ৰশ্নোত্তৰ সদনত দাখিল কৰা হয় ।

অন্ত পৰিল বিধানসভাৰ শৰৎকালীন,
অন্ত পৰিল বিধানসভাৰ শৰৎকালীন, কি কি বিধেয়ক গৃহীত হ’ল

উল্লেখ্য যে পাচঁদিনীয়া বিধানসভাৰ শৰৎকালীন অধিবেশনত ২৬ খন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয় । ইয়াৰ উপৰি এখন বেচৰকাৰী বিধেয়কৰ ওপৰতো আলোচনা হয় ।

শৰৎকালীন অধিবেশনৰ অন্তিমদিনা মন্ত্ৰী পীযুষ হাজৰীকাই উত্থাপন কৰা The Assam Backward Classes Commission (Amendment) Bill 2023, ৰণোজ পেগুৱে The Assam Repealing Bill-2023, সঞ্জয় কিষাণে উত্থাপন কৰা The Assam Gratuity (Amendment) Bill-2023 আৰু The Assam Plantation Provident Fund and Pension Fund and Deposit Insurance Link Scheme (Amendment) Bill-2023 গৃহীত কৰা হয় ।

আনহাতে, বিধানসভাৰ অধ্যক্ষই পাঁচখন কমিটী গঠনত অনুমোদন জনায় । বিধায়ক নুৰুল হুদাৰ সভাপতিত্বত গঠন কৰা চৰকাৰী হিচাপ কমিটী, বিধায়ক প্ৰশান্ত ফুকনৰ সভাপতিত্বত প্ৰাক্কলন কমিটী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সভাপতিত্বত ৰাজহুৱা উদ্যোগসমূহৰ কমিটী, বিধায়ক ভুৱন পেগুৰ সভাপতিত্বত অনুসূচিত জাতি আৰু জনজাতি কল্যাণ কমিটী আৰু বিধায়ক ৰঞ্জিত দত্তৰ সভাপতিত্বত অ’বিচি আৰু অ’অ’বিচি কল্যাণ সমিতিক বিধানসভাৰ অধ্যক্ষই অনুমোদন জনায়।

Tags: Assam AssemblyAutumnSessionঅসমবিধানসভাৰশৰৎকালীনঅধিবেশন
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx