ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Cricketer Tino Best : ৬৫০ মহিলাৰে ঘনিষ্ঠ সম্পৰ্ক, কেৰিবিয়ান ক্ৰিকেটাৰ টিনো বেষ্টৰ স্বীকাৰোক্তি

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2023
Reading Time: 1 min read
A A
0
Cricketer Tino Best : ৬৫০ মহিলাৰে ঘনিষ্ঠ সম্পৰ্ক, কেৰিবিয়ান ক্ৰিকেটাৰ টিনো বেষ্টৰ স্বীকাৰোক্তি

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

ক্ৰিকেট বিশ্বত এটা সময়ত বিশ্বৰ আগশাৰীৰ দেশৰ বেটছমেনসকলে সমীহ কৰিছিল কেৰিবিয়ান পেচ আক্ৰমণক। কেৱল সিমানেই নহয়, কেৰিবিয়ান পেচ বেটাৰীৰ ভয়ত সকলোৱে কঁপিছিল। সেই সময়ত কেৰিবিয়ান পেচ আক্ৰমণৰ মুখামুখী হোৱাৰ দৃশ্য চাবলগীয়া আছিল। কিন্তু তাৰ বাহিৰেও ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ (West Indies cricketers)সকলৰ আন কেইটামান বাহ্যিক দিশ আছে, যাৰ বাবে তেওঁলোক প্ৰায়ে বিতৰ্কৰ শিৰোনামত আহে। এক কথাত ক’বলৈ গ’লে ৱেষ্ট ইণ্ডিজৰ বেছিভাগ ক্ৰিকেটাৰেই বিতৰ্কিত জীৱনশৈলী ভালপায়। তেনে এজন ক্ৰিকেটাৰ হৈছে টিনো বেষ্ট (Crickter Tino Best)।

tino2 | ASSAM TIMES POST

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ এই প্ৰাক্তন পেচাৰগৰাকীয়ে ২০১৬ চনত তেওঁৰ আত্মজীৱনী ‘মাইণ্ড দ্য উইণ্ডোজ : মাই ষ্ট’ৰী’ (Autobiography ‘Mind the Windows: My Story) প্ৰকাশ কৰিছিল। তাত তেওঁ প্ৰায় ৬৫০ গৰাকী মহিলাৰ সৈতে শয্যাসঙ্গী হোৱাৰ কথা উল্লেখ কৰিছিল। আৰু সেইবাবেই তেওঁ নিজকে ‘ব্লেক ব্ৰেড পিট’ বুলিও উল্লেখ কৰিছিল। তেওঁ নিজকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া সুঠাম মানুহ বুলিও কয়।

তেওঁ লিখিছে, “মই নাৰীক ভালপাওঁ। তেওঁলোকে মোক ভালপায়। ময়ো নিজকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া সুঠাম মানুহ বুলি গণ্য কৰোঁ। বহুতে ধেমালিতে মোক ব্লেক ব্ৰেড পিট বুলি কয়।” লগতে তেওঁ কয় যে তেওঁ ডেটিং কৰি ভালপায় আৰু মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে। ইতিমধ্যে তেওঁ ৫০০ৰ পৰা ৬৫০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে।

tino 1 1 | ASSAM TIMES POST

বেষ্টে লগতে কয় যে তেওঁ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলেও বা তেওঁলোকৰ সৈতে ডেটিঙলৈ গʼলেও তেওঁ কেতিয়াও ইয়াৰ প্ৰভাৱ খেলত পৰিব দিয়া নাছিল। তেওঁ স্বীকাৰ কৰে যে পুৱা সাৰ পোৱাৰ পিছত নিশা যি হৈছিল তাৰ কোনো প্ৰভাৱ খেলৰ ওপৰত নপৰে। টিনো বেষ্টে দাবী কৰিছে যে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলত তেওঁতকৈ কঠোৰ অনুশীলন কোনেও কৰিব নোৱাৰে।

উল্লেখযোগ্য যে ২০১৪ চনত তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। টিনো বেষ্টে দেশৰ হৈ তিনিওটা ফৰ্মেটত ক্ৰিকেট খেলিছিল। ইয়াৰে তেওঁ ২৫খন টেষ্ট, ২৩খন এদিনীয়া আৰু ৬খন টি-২০ খেলিছিল। অৱশ্যে খেলপথাৰৰ বাহিৰত বিভিন্ন গোচৰৰ বিষয়ে তেওঁ সদায় আলোচনাত আছিল।

Tags: CricketerTinoBestক্ৰিকেটাৰটিনোবেষ্ট
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx