ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

ICC ODI world cup 2023 : দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ যাত্ৰা আৰম্ভ কৰিব ভাৰতে

নিউজ ডেস্কঃ

News Desk by News Desk
October 7, 2023
Reading Time: 1 min read
A A
0
ICC ODI world cup 2023 : দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ যাত্ৰা আৰম্ভ কৰিব ভাৰতে

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ (India’s World Cup against Australia on Sunday) অভিযান আৰম্ভ কৰিব। অৱশ্যে প্ৰথমখন মেচৰ পূৰ্বে ৰোহিত শৰ্মাৰ দলটো বিপদত পৰিছে। ডেংগুত আক্ৰান্ত হৈছে অপেনিং বেটছমেন শুভমন গিল (Batsman Shubman Gill is suffering from dengue)। তেওঁ আগতকৈ সুস্থ হʼলেও ভাৰতীয় দলৰ হৈ কেতিয়া খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব সেয়া নিশ্চিতভাৱে কʼব নোৱাৰি। গতিকে ৰাহুল দ্ৰাবিড়ে তেওঁৰ অবিহনে প্ৰথম একাদশৰ পৰিকল্পনা কৰিব লাগিব।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম এঘাৰত কোন থাকিব পাৰে? সম্ভাৱ্য তালিকাত প্ৰথম স্থানত আছে অধিনায়ক ৰোহিত শৰ্মাৰ নাম। শুভমনৰ অনুপস্থিতিত ঈশান কিষাণ বা লোকেশ ৰাহুলৰ কোনোবা এজনে তেওঁৰ সৈতে অপেনিং কৰিব পাৰে। ঈশানৰ সম্ভাৱনা বেছি। তিনি নম্বৰ স্থানত আহিব বিৰাট কোহলী। বেটিং অৰ্ডাৰত এই ঠাইৰ কথা চিন্তা কৰাৰ কোনো বিকল্প নাই। শ্ৰেয়ছ আয়াৰে চাৰি নম্বৰত বেটিং কৰিব পাৰে। ৰাহুলে অপেনিং নকৰিলে পাঁচ নম্বৰলৈ নামিব পাৰে। তাৰ পিছত আহিব সূৰ্যকুমাৰ যাদৱ। যদি আকৌ ৰাহুলে অপেনিং কৰে তেন্তে সূৰ্যকুমাৰ পাঁচ নম্বৰত আহিব। ঈশান হʼব ছয় নম্বৰ স্থানৰ বেটছমেন। ইয়াৰ পিছত আহিব দুজন অল ৰাউণ্ডাৰ। উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াই বেটিং ক্ৰমত সাত নম্বৰলৈ নামিব পাৰে। অষ্টম স্থানত আহিব ৰবীন্দ্ৰ জাডেজা।

cri 1 | ASSAM TIMES POST

কিন্তু বৃহস্পতিবাৰে অনুশীলনত বেটিং কৰি থকা অৱস্থাত হাৰ্দিকে আঙুলিত আঘাত পায়। সতৰ্কতা স্বৰূপে তেওঁক বেটিং কৰিবলৈ দিয়া নহয়। তেওঁৰ আঙুলিত বৰ বেছি বিষ নাই। বলিঙত তেওঁৰ কোনো সমস্যা নাই। দেওবাৰে তেওঁ খেলাৰ সম্ভাৱনা আছে। শেষ মুহূৰ্তত হাৰ্দিক বিফল হʼলে ৰবিচন্দ্ৰন অশ্বিন প্ৰথম একাদশত আহিব পাৰে। তেনে ক্ষেত্ৰত বেটিং অৰ্ডাৰ অলপ সলনি হʼব পাৰে। জাদেজাই সাত নম্বৰত আৰু অশ্বিনে আঠ নম্বৰত বেটিং কৰিব।

বাকী তিনিটা স্থান বলাৰৰ বাবে সংৰক্ষিত। প্ৰথম এঘাৰত দুজন বেগী বলাৰ আৰু এজন বিশেষ স্পিনাৰ থাকিব। বেটিং ক্ৰমত যশপ্ৰীত বুমৰাহ নৱম স্থানত থাকিব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম একাদশত সুযোগ পোৱাৰ সম্ভাৱনা নাই ৰবিচন্দ্ৰন অশ্বিনৰ। মহম্মদ ছামিৰো খেলাৰ সম্ভাৱনা কম। কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজক সেয়েহে বেটিং ক্ৰমত দশম আৰু একাদশ স্থানত দেখিবলৈ পোৱা যাব পাৰে।

ভাৰতৰ সম্ভাৱ্য প্ৰথম একাদশ : ৰোহিত শৰ্মা (অধিনায়ক), লোকেশ ৰাহুল, বিৰাট কোহলী, শ্ৰেয়ছ আযয়াৰ, সূৰ্যকুমাৰ যাদৱ, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজ।

Tags: ICCODIworldcupবিশ্বকাপক্ৰিকেট
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx