ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ফেছবুকত ভুৱা পষ্ট দি গ্ৰেপ্তাৰ হল নগাঁও কলেজৰ ছাত্ৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2019
Reading Time: 1 min read
A A
0
ফেছবুকত ভুৱা পষ্ট দি গ্ৰেপ্তাৰ হল নগাঁও কলেজৰ ছাত্ৰ

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

ডিব্ৰুগড় : ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চৌদিশে সবল প্ৰতিবাদ হৈ থকাৰ সময়তে ডিব্ৰুগড়ত আৰক্ষীৰ গুলিত এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হোৱা বুলি ছচিয়েল মিডিয়াত(ফেছ বুক) ভুৱা প্ৰচাৰ চলাই ডিব্ৰুগড় আৰক্ষীৰ হাতত আজি গ্ৰেপ্তাৰ হল নগাঁও কলেজৰ এগৰাকী ছাত্ৰ।

ফেচবুকত ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকৰ এগৰাকী ছাত্ৰী আৰক্ষীৰ প্ৰহাৰত শ্বহীদ হোৱা বুলি প্ৰচাৰ চলাইছিল পৰশমণি দাস নামৰ নগাও কলেজৰ অভিযুক্ত ছাত্ৰ জনে।লাহোৱাল থানাৰ অৰ্ন্তগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বকুল তিনি আলিত যোৱা ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথটোত টায়াৰ জ্বলাই ব্যাপক ধৰ্ণাৰে অবৰোধ কৰিছিল।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক বহুবাৰ মাইকযোগে সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো প্ৰতিবাদকাৰীয়ে কোনো কেৰেপ নকৰাত, নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠি চাৰ্জ,কন্দুৱা গেছ আৰু ৰাবাৰৰ গুলি শূণ্যলৈ নিক্ষেপ কৰিছিল।উক্ত সময়ত কৰা লাঠিচালনাত লাহোৱাল পলিটেকনিকৰ স্বেতা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰী সামান্য পৰিমানে আহত হোৱাৰ লগতে প্ৰায় ১৫ গৰাকী প্ৰতিবাদকাৰী,বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰাতুল বুঢ়াগোহাই,মুক্তামনি হাজৰিকা আৰু দিবাকৰ দত্ত আহত হৈছিল।এক ভয়াবহ পৰিস্থিতিৰ স্বৃষ্টি হৈছিল কেইবাঘন্টাধৰি।

সেই ঘটনাৰ আলম লৈয়ে নগাঁও কলেজৰ ছাত্ৰ পৰশমণি দাসে ফেচবুকত ছাত্ৰী গৰাকীৰ ফটো দি ‘কেব’ বা ‘কা’ বিৰোধী আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ বুলি ভুৱা প্ৰচাৰ চলাই সকলোকে আইন হাতত তুলি লবলৈ আহ্বান জনাইছিল।তাৰেই পৰিপ্ৰক্ষিতত ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে পৰশমনি দাস নামৰ যুৱকজনক।যুৱকজনক ঘটনাৰ সন্দৰ্ভত সোধা-পোছা কৰাৰ লগতে,যুৱকজন ছাত্ৰৰ ওপৰি কিহৰ লগত জৰিত, সেই বিষয়েও আৰক্ষীয়ে তদন্ত কৰাৰ কথা।

ইফালে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ৫২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনত সংঘটিত হোৱা হিংসাত্মক স্থানত থকা সকলো চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি দোষী ব্যক্তিক চিনাক্ত কৰি আইন অনুযায়ী যাৱতীয় ব্যবস্থা গ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে।আনহাতেদি জিলাখনত পুৱা ৬ বজাৰ পৰা নিশা দহ বজালৈ সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে যদিও নৈশ সান্ধ্য আইন আজিও অব্যাহত আছে।বৰ্তমানে পূৰ্বৰ পৰিস্থিতিতকৈ জিলাখনলৈ স্বাভাবিক পৰিস্থিতি ঘূৰি আহিছে বুলি কব পাৰি।

Tags: featured3
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx