ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ASDC session at Diphu : দুদিনীয়া কাৰ্যসূচীৰে ডিফুত এএছডিচিৰ ১১ সংখ্যক অধিৱেশন সম্পন্ন

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
October 14, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

১৩ আৰু ১৪  অক্টোবৰত দুদিনীয়াকৈ কাৰ্যসূচীৰে ঐতিহ্যপূৰ্ণ ডিফু ক্লাৱত অনুষ্ঠিত হৈ যায় অট’নমাচ ষ্টেট ডিমাণ্ড কমিটি (Autonomous State Demand Committee) চমুকৈ এএছডিচিৰ (ASDC) ১১ সংখ্যক অধিৱেশন৷ কালি প্ৰতিনিধি পঞ্জীয়নৰ পিছত আজি পুৱাৰে পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী৷ পুৱাৰ ভাগত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে (ASDC president Chandrakant Terang) সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদসকলক সোঁৱৰি শ্বহীদ তৰ্পন কৰা হয়৷ পুৱা দহ বজাৰ পৰা ডিফু ক্লাৱৰ সভা কক্ষত ছনছিং তেৰাঙ, ধনীৰাম টিচ’ আৰু ছাৰচিং ইংলেঙৰ সভাপতি মণ্ডলীৰ পৌৰোহিত্যত আৰম্ভ হোৱা মুকলি সভাখনত সভাপতি চন্দ্ৰকান্ত তেৰাঙ, সাধাৰণ সম্পাদক জৎছন বে,সঞ্জয় কিলিঙ আৰু ডেনিয়েল টেৰণৰ লগতে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কেএছএৰ প্ৰাক্তন সভাপতি ৰবিন্দ্ৰ ৰংপি, কেএনচিএ আৰু কেআৰএএৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে’ই কয় যে, এএছডিচিয়ে ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি এখন স্বায়ত্ত Spring দাবীত দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত চৰকাৰৰ সৈতে এমঅ’ইউ স্বাক্ষৰ কৰি স্বায়ত্তৰাজ্য গঠনৰ বাবে অপেক্ষা কৰিলো ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতো স্বায়ত্তৰাজ্য প্ৰদানৰ নামত কেৱল প্ৰতাৰণা আৰু কাৰবি আংলং ৰাইজৰ ওপৰত অত্যাচাৰৰ পদ্ধতি গ্ৰহণ কৰিলে ৷ বৰ্তমানৰ সাংসদজনে সংসদত স্বায়ত্তৰাজ্য বিষয়টো উত্থাপন কৰাৰ পিছত গৃহমন্ত্ৰীয়ে চৰকাৰৰ হাতত স্বায়ত্তৰাজ্যৰ পলিচি নাই বুলি উত্তৰ দিলে৷

সাংসদগৰাকীয়ে এইলৈ কোনো  বিতৰ্কত অংশগ্ৰহণ নকৰিলে৷ আনহাতে কাৰবি আংলং-মেঘালয়ৰ সীমাকলৈ কোনো ধৰণৰ সমস্যা নথকাৰ পিছতো বিজেপি চৰকাৰে সীমান্তত ১৫০০ কিলোমিটাৰ এলেকাত ৪০-৬০ খন গাওঁ থকাৰ পিছতো উক্ত এলেকা মেঘালয়ক হস্তান্তৰ কৰিলে বুলি অভিযোগ কৰে ৷ জিলা খনত সৈনিক স্কুল, সৌৰ প্ৰকল্প স্থাপনত এএছডিচিৰ কোনো আপত্তি নাই যদিও উক্ত আঁচনিসমূহ কৃষি অনুপযোগী ভূমিত কৰিলে সকলোৰে বাবে ভাল হ’ব৷

বকলীয়াঘাট আৰু খেৰণিৰ কৃষি প্ৰকল্পৰ বাবে থকা অনুপযোগী স্থানত সৈনিক স্কুল আৰু সৌৰ প্ৰকল্প স্থাপন কৰাত এএছডিচিৰ আপত্তি নাই ৷ বৰ্তমানৰ বিজেপিৰ শাসন কালত কাৰবি আংলঙত ভূমি ৰাজহ বৃদ্ধি কৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি কয় জৎছন বে’ই ৷ যি সময়ত এমুঠি অন্নৰ বাবে ৰাইজে সংগ্ৰাম কৰিব লগীয়া হৈছে তেনে সময়ত ভূমিৰ ৰাজহ বৃদ্ধি কৰাটো ৰাইজৰ ওপৰত অত্যাচাৰ আৰু জোৰ- জুলুম কৰা বুলি ক্ষোভ উজাৰে এএছডিচিৰ শীৰ্ষ নেতাগৰাকীয়ে৷ আনহাতে পাৰ্বত্য জিলাৰ দীৰ্ঘদিনীয়া স্বায়ত্তৰাজ্যৰ দাবী আৰু চৰকাৰৰ অত্যাচাৰ আৰু জুলুমৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে নেতাগৰাকীয়ে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ASDCSessionDiphuএএছডিচিৰঅধিৱেশন
Share6Tweet4Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d