ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

54th IFFI 2023 I ইণ্ডিয়ান পেনোৰামাত জিলিকিব তিনিখনকৈ অসমীয়া ছবি, এখন কাৰ্বি ছবি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 25, 2023
Reading Time: 1 min read
A A
0
54th IFFI 2023 I ইণ্ডিয়ান পেনোৰামাত জিলিকিব তিনিখনকৈ অসমীয়া ছবি, এখন কাৰ্বি ছবি

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (54th IFFI 2023) স্থান লাভ তিনিখনকৈ অসমীয়া ছবিৰ। এইবাৰ অসমৰ চলচ্চিত্ৰ জগতৰ এক উল্লেখযোগ্য প্ৰদৰ্শনে সন্মানীয় ভাৰতীয় পেনোৰামা শিতানত শোভা বৰ্ধন কৰিব। অনন্য সংস্কৃতি আৰু ভূ-প্ৰকৃতিৰ বাবে পৰিচিত অসমে ভাৰতীয় চলচ্চিত্ৰ জগতত যথেষ্ট অৰিহণা যোগাইছে।

ইণ্ডিয়ান পেনোৰামা
ইণ্ডিয়ান পেনোৰামাত জিলিকিব তিনিখনকৈ অসমীয়া ছবি, এখন কাৰ্বি ছবি:

এইবাৰৰ IFFI-ত তিনিখনকৈ অসমীয়া ছবিৰ নিৰ্বাচনে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কলাত্মক আৰু কাহিনীৰ দক্ষতাক আৰু অধিক আলোকপাত কৰিছে। তদুপৰি নন-ফিচাৰ ফিল্ম শাখাত উত্তৰ-পূবৰ ছখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্যৰ প্ৰতিনিধিত্বৰে অসমে আকৰ্ষণীয় স্থান দখল কৰিছে। আইএফএফআইৰ অবিচ্ছেদ্য অংগ ইণ্ডিয়ান পেনোৰামাই ২৫খন ফিচাৰ ছবি আৰু ২০খন নন-ফিচাৰ ছবি নিৰ্বাচনৰ কথা ঘোষণা কৰিছে। এই চলচ্চিত্ৰ সমাৰোহ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হʼব।

ফিচাৰ ছবি শিতানত বাছনিভুক্ত হোৱা তিনিখন ছবিৰ ভিতৰত এখন হৈছে নন-ফিচাৰ শাখাত ‘বৰুৱাৰ সংসাৰ’। উৎপল বৰপূজাৰীৰ পৰিচালিত এই তথ্যচিত্ৰখনে অসমৰৰ অনন্য সাংস্কৃতিক ক্ষেত্ৰখনক অন্বেষণ কৰিছে।
আনহাতে, এই শিতানতে কেশৰ জ্যোতি দাসৰ পৰিচালিত ‘কথাবোৰ’ ছবিখনো নিৰ্বাচিত হৈছে। ছবিখনত ৰাজ্যখনৰ চহকী ঐতিহ্য, পৰম্পৰা, আৰু আখ্যানসমূহ প্ৰদৰ্শন কৰা হৈছে।

নিৰ্বাচিত আন এখন নন-ফিচাৰ ছবি হৈছে ‘লাচিত (The warrior)’। পাৰ্থসাৰথি মহন্তৰ পৰিচালনাত নিৰ্মিত ‘লাচিত’ অসমৰ ইতিহাস আৰু কিংবদন্তি, বিশেষকৈ আহোম ৰাজ্যৰ বীৰ ব্যক্তি কিংবদন্তি লাচিত বৰফুকনৰ জীৱন গাথা দাঙি ধৰা হৈছে। ইয়াৰ উপৰি ফিচাৰ শাখাত মৃদুল গুপ্তাৰ কাৰ্বি ভাষাৰ ছবি ‘মিৰবিন’ও নিৰ্বাচিত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইণ্ডিয়ান পেনোৰামাত জিলিকিবএখন কাৰ্বি ছবিতিনিখনকৈ অসমীয়া ছবি
Share5Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d