ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

CWC (Sri Lanka Vs Bang) 2023 I বাংলাদেশ-শ্ৰীলংকা মেচত আউট বিতৰ্ক, বল খেলিব নোপোৱাকৈয়ে আউট শ্ৰীলংকাৰ মেথিউজ

নিউজ ডেস্কঃ

News Desk by News Desk
November 6, 2023
Reading Time: 1 min read
A A
0
CWC (Sri Lanka Vs Bang) 2023 I বাংলাদেশ-শ্ৰীলংকা মেচত আউট বিতৰ্ক, বল খেলিব নোপোৱাকৈয়ে আউট শ্ৰীলংকাৰ মেথিউজ

Sri Lanka's Angelo Mathews reacts after he was timed out during the 2023 ICC Men's Cricket World Cup one-day international (ODI) match between Bangladesh and Sri Lanka at the Arun Jaitley Stadium in New Delhi on November 6, 2023. (Photo by Arun SANKAR / AFP) / -- IMAGE RESTRICTED TO EDITORIAL USE - STRICTLY NO COMMERCIAL USE --

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

চলিত বিশ্বকাপ ক্ৰিকেটত (World Cup Cricket) বাংলাদেশ আৰু শ্ৰীলংকাৰ (Bangladesh and Sri Lanka) মাজত অনুষ্ঠিত আজিৰ লীগ মেচত এক বিতৰ্কৰ সৃষ্টি (Creating controversy) হয়। শ্ৰীলংকাৰ বেটছমেন এঞ্জেলো মেথিউজে (Batsman Angelo Mathews) খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত কোনো বল নেখেলাকৈয়ে পেভিলিয়নলৈ উভতি যাবলগীয়া হয়। আম্পায়াৰে চাকিব আল হাছানৰ অনুৰোধত তেওঁক আউট ঘোষণা কৰে। 

বাংলাদেশ-শ্ৰীলংকা মেচত আউট বিতৰ্ক, বল খেলিব নোপোৱাকৈয়ে আউট শ্ৰীলংকাৰ মেথিউজ
বাংলাদেশ-শ্ৰীলংকা মেচত আউট বিতৰ্ক, বল খেলিব নোপোৱাকৈয়ে আউট শ্ৰীলংকাৰ মেথিউজ

নিৰ্ধাৰিত সময়তকৈ পলমকৈ তেওঁ খেলপথাৰত ষ্ট্ৰাইকলৈ অহাৰ বাবে এটাও বল নেখেলাকৈয়ে উভতিবলগীয়া হয়।এই ঘটনা সংঘটিত হৈছে শ্ৰীলংকাৰ ইনিংছৰ ২৫ অভাৰত। ছাদিৰা সমৰবিক্ৰম আউট হোৱাৰ পিছত মেথিউজ ক্ৰিজলৈ সোমাই আহে। কিন্তু ছাকিবৰ দলে ষ্ট্ৰাইক লোৱাৰ পূৰ্বে ফিল্ড আম্পায়াৰৰ ওচৰত আবেদন জনায় যে তেওঁ ক্ৰিজত উপস্থিত হোৱাৰ বাবে থকা নিৰ্দিষ্ট সময় পাৰ হৈ গৈছে। মেথিউজে সময় মতে ষ্ট্ৰাইক লোৱা নাছিল বুলি দাবী কৰা হয়।

বাংলাদেশৰ আবেদনৰ পিছতে মেথিউজ, চাকিব আৰু আম্পায়াৰৰ মাজত বহু সময় আলোচনা হয়। ইয়াৰ পিছতে আম্পায়াৰে মেথিউজক জনায় যে তেওঁ ক্ৰিকেটৰ নিয়ম অনুসৰি আউট হৈছে। সেইবাবেই মেথিউজে খেলপথাৰ এৰিবলগীয়া হয়। কিন্তু উভতি যোৱাৰ সময়ত তেওঁক প্ৰত্যক্ষ কৰি বুজিব পৰা গৈছিল যে তেওঁ এই সিদ্ধান্ত মানি ল’ব পৰা নাছিল। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হয়।

Tags: BatsmanAngeloMathewsSri LankaVsBangবাংলাদেশ-শ্ৰীলংকামেচমেথিউজ
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx