ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“বৰনদী ভটিয়ায়” ছবিয়ে লাভ কৰিছে “শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা”-

Staff Reporter by Staff Reporter
December 27, 2019
Reading Time: 1 min read
A A
0
“বৰনদী ভটিয়ায়” ছবিয়ে লাভ কৰিছে “শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা”-

RELATED POSTS

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

অসম, মণিপুৰকে ধৰি অৰুণাচল প্ৰদেশৰ প্ৰায় ১৫ খন ছবিৰ দৌৰত শ্ৰেষ্ঠ স্থান লাভ কৰি “শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা” লাভ কৰিবলৈ সক্ষম হয় অসমীয়া ছবি “বৰনদী ভটিয়ায়”। অসমীয়া চলচিত্ৰ জগতৰ স্বনামধন্য ব্যক্তি শৈলধৰ বৰুৱাৰ স্মৃতিত গঠন হোৱা শৈলধৰ বৰুৱা স্মাৰক ন্যাসে এই বঁটাৰ ঘোষণা কৰে। “চতূৰ্থ শৈলধৰ বৰুৱা শ্ৰেষ্ঠ বঁটা” লাভ কৰা ছবি “বৰনদী ভটীয়ায়” মুক্তি লাভ কৰিছিল চলিত বৰ্ষৰ ১৫ এপ্ৰিল তাৰিখে।

Bornodi | ASSAM TIMES POST

শৈলধৰ বৰুৱা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “কানীন” ছবিৰ পৰিচালক মঞ্জু বৰুৱাই। শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা লাভ কৰিছে বড়ো ভাষাৰ ছবি “জলৱীঃ দ্য চীড” ৰ বাবে ৰজনী বসুমতাৰীয়ে। লগতে,শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে “আমিষ” ছবিৰ কুৱান বেই। শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী বঁটা লাভ কৰিছে মণিপুৰী ছবি “লামন আমাৰ” বাবে অৰ্জুন নিংথেম্চাই। শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী বঁটা হৈছে “আমিষ” ছবিৰ বাবে গৌতম নায়াৰে। শ্ৰেষ্ঠ সম্পাদকৰ বঁটা লাভ কৰিছে “জলৱীঃ দ্য চীড” ৰ বাবে হেমন্তী সৰকাৰে। শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰিছে “লামন আমাৰ” বাবে সনদ আৰিবামে। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে “গোৱৰ্ধন চৰিতৰ” বাবে অৰুণ হাজৰিকাই আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা “আমিষ” ছবিৰ বাবে লীমা দাসে লাভ কৰে।

butterflyjpg | ASSAM TIMES POST

116590 meetlozzya 1554228464 | ASSAM TIMES POST

বিচাৰকৰ বিশেষ উল্লেখ সন্মান বঁটা লাভ কৰে “পখিলাৰ পাখি” ছবিৰ বাবে অভিনেত্ৰী পাপৰি শইকীয়াই। উক্ত বঁটা সমূহ ১০ জানুৱাৰীত গুৱাহাটী জিলা পুথিভঁৰালত এক অনুষ্ঠানযোগে প্ৰদান কৰা হয়।

SOURCE:https://rupaliparda.com/archives/8960

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AamisAssamese AwardAssamese Cinemaassamese filmassamese movieBornodi Bhotiai
Share6Tweet4Send

Related Posts

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

by News Desk
September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

by News Desk
September 22, 2026
52
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
ADVERTISEMENT
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d