ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Shahrukh Khan Dunki release : শ্বাহৰুখৰ ‘ডাংকি’ মুক্তিৰ দিনাই ঘৰতে বহি চালে এক লাখ দৰ্শকে, কিন্তু কেনেকৈ?

নিউজ ডেস্কঃ

News Desk by News Desk
December 21, 2023
Reading Time: 1 min read
A A
0
Shahrukh Khan Dunki release : শ্বাহৰুখৰ ‘ডাংকি’ মুক্তিৰ দিনাই ঘৰতে বহি চালে এক লাখ দৰ্শকে, কিন্তু কেনেকৈ?

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বছৰজোৰা অপেক্ষাৰ অন্ত পেলাই অৱশেষত ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পালে ৰাজকুমাৰ হিৰানীৰ ছবি ‘ডাংকি’ (Rajkumar Hirani’s film ‘Dunki’ released)। ছবিখনত শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় (Shah Rukh Khan plays the lead role) কৰিছে। শ্বাহৰুখে তিনিটা দশকৰ অভিনয় জীৱনত প্ৰথমবাৰৰ বাবে হিৰাণীৰ সৈতে কাম কৰিছে। সেই দৃষ্টিকোণৰ পৰা এই ছবিখন যে ‘বিশেষ’ তাত কোনো সন্দেহ নাই। আনহাতে, এইবাৰ ‘পাঠান’ আৰু ‘জোৱান’ৰ সফলতাৰ পাছত বলীউডৰ কিঙক কেন্দ্ৰ কৰি অনুৰাগীৰ আশা বাঢ়িছে। ফলত তেওঁলোকে ইমান দিনে ‘ডাংকি’ৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত ২১ ডিচেম্বৰত মুক্তি পালে ছবিখন। ছবিখনৰ টিকটৰ আগতীয়াকৈ বুকিং কৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল। দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত ভিৰ কৰি শ্বাহৰুখৰ ছবিখনৰ ‘ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চাবলৈ দৰ্শকে ভিৰ কৰে। অৱশ্যে যিসকলে প্ৰথমদিনাই ছবিখনৰ প্ৰথম প্ৰদৰ্শনৰ টিকট নাপালে, তেওঁলোকেও ঘৰতে বহি ‘ডাংকি’ চালে! কিন্তু কেনেকৈ জানেনে?

dunki1 1 | ASSAM TIMES POST

২১ ডিচেম্বৰত পুৱা ৫.৫৫ বজাত মুম্বাইত অনুষ্ঠিত হৈছিল ‘ডাংকি’ৰ প্ৰথমটো শ্ব’। দিল্লী, কলকাতাৰ দৰে চহৰত পুৱাৰে পৰা আৰম্ভ হয় ‘ডাংকি’ ধুমুহা। ছবিখন ছবিগৃহত চোৱাৰ পিছত এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ‘ডাংকি’ ষ্ট্ৰীমিং কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৫০ মিনিটমান ষ্ট্ৰীমিং কৰাৰ পিছত তেওঁ বন্ধ কৰি দিয়ে। সেই ৫০ মিনিটত প্ৰায় ১ লাখ ৩০ হাজাৰ অনুৰাগীয়ে শ্বাহৰুখৰ ছবিখনৰ প্ৰথম খণ্ডৰ বেছিভাগেই দেখিছে। ছচিয়েল মিডিয়া পেজত লিংকটো বিয়পি পৰাৰ লগে লগে অৱশ্যে আঁতৰাই দিয়া হয়। কিন্তু সেই সময়লৈকে আৰু ৭০০০ হাজাৰ দৰ্শকে শ্বাহৰুখৰ ছবিখন চাইছে।

হিৰাণীয়ে পৰিচালনা কৰা ২ ঘণ্টা ৪১ মিনিটৰ এই ছবিখনত শ্বাহৰুখৰ উপৰি তাপসী পান্নু, বিকি কৌশলৰ দৰে অভিনেতায়ো অভিনয় কৰিছে। মুক্তিৰ দিনাই ছ’চিয়েল মিডিয়াত ফাদিল হোৱাৰ পাছতো ‘ডাংকি’য়ে ভাৰতীয় বক্স অফিচত প্ৰায় ৩০ কোটি টকা উপাৰ্জন কৰে। ‘পাঠান’ আৰু ‘জোৱান’ৰ দৰে ‘ব্লকবাষ্টাৰ’ৰ খিতাপ পালে বাদশ্বাহৰ ২০২৩ বৰ্ষৰ অন্ত পৰিব হিটৰ হেট্ৰিকেৰে।

Tags: DunkiReleaseডাংকিমুক্তি
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx