ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Saif Ali Khan I নতুন বছৰত চৈফ পুত্ৰ আৰু প্ৰেয়সীৰ গোপনে চহৰ ত্যাগ

নিউজ ডেস্কঃ

News Desk by News Desk
January 1, 2024
Reading Time: 1 min read
A A
0
Saif Ali Khan I নতুন বছৰত চৈফ পুত্ৰ আৰু প্ৰেয়সীৰ গোপনে চহৰ ত্যাগ

ইব্ৰাহিম আলী খান-পলক তিৱাৰী

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বছৰটোৰ শেষত বলীউডৰ বহু দম্পতীয়ে ছুটীৰ বাবে মুম্বাইৰ পৰা উৰা মাৰিলে। ইয়াৰ ভিতৰত আছে চৈফ আলী খান (Saif Ali Khan)-কৰীনা কাপুৰ খান (Kareena Kapoor Khan), ৰণবীৰ (Ranbir) কাপুৰ-আলিয়া ভাট (Alia Bhatt), বিকি (Vicky) কৌশল-কেটৰিনা কাইফ (Katrina Kaif), সিদ্ধাৰ্থ মালহোত্ৰা (Siddharth Malhotra)-কিয়াৰা আদৱানী (Kiara Advani)। এই দীঘলীয়া তালিকাত চৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু তেওঁৰ তথাকথিত প্ৰেয়সী শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰীক (Palak Tiwari) অন্তৰ্ভুক্ত কৰা হৈছে। ২০২২ চনৰ পৰা দুয়োৰে প্ৰেমৰ উৰাবাতৰি চলিছে মানুহৰ মাজত। কিন্তু সম্পৰ্ক এতিয়াও শেষ হোৱা নাই। সেয়ে দুয়োৱে মুখ লুকুৱাই বিমানবন্দৰত প্ৰৱেশ কৰে।

নতুন বছৰত চৈফ পুত্ৰ আৰু প্ৰেয়সীৰ গোপনে চহৰ ত্যাগ
চৈফ আলী খান-কৰীনা কাপুৰ খান

আনহাতে, পলকে প্ৰথমবাৰৰ বাবে ইব্ৰাহিমৰ লগত ডিনাৰ ডেটলৈ যোৱাৰ সময়ত তেওঁ কেমেৰাৰ পৰা মুখ লুকুৱাই ৰাখিছিল। পিছত প্ৰশ্ন কৰাত তেওঁ কয় যে তেওঁৰ মাতৃ শ্বেতাই তেওঁ ক’ত আছে নাজানে। গতিকে তেওঁৰ ফটো তোলাটো বিচৰা নাছিল। ইফালে ২০২২ চনৰ পৰা বহুবাৰ একেলগে দেখা গৈছে পলক আৰু ইব্ৰাহিমক। কিন্তু দুয়োৰে কোনোৱেই ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তেনেকৈ একো প্ৰকাশ কৰা নাই। অৱশ্যে যদিও ইব্ৰাহিমে এই সন্দৰ্ভত কেতিয়াবা মন্তব্য কৰিছিল, কিন্তু পলকে এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিয়ে যে তেওঁলোক কেৱল বন্ধু।

Vikey 1 | ASSAM TIMES POST
বিকি কৌশল-কেটৰিনা কাইফ

সেয়া যিয়েই নহওক কিয়, পলকে দেওবাৰৰ সন্ধিয়াটো ‘প্ৰিয় বন্ধু’ৰ লগত কটায়। বছৰৰ শেষ নিশা দুয়ো একেলগে পাৰ্টি কৰি আছিল। ১২ বজাৰ লগে লগে দুয়ো গাড়ী চলাই পোনে পোনে বিমানবন্দৰলৈ যায়। অৱশ্যে বিমানবন্দৰত ফটো হাণ্টাৰক এৰাই চলিব পৰা তাৰকা প্ৰায় নাই বুলিব পাৰি।

Kiara 1 | ASSAM TIMES POST
সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানী

তাৰ পৰা বাদ নপৰিল তেওঁলোক কো। কেমেৰাৰ ফ্লেছ দেখি ইব্ৰাহিমে টুপী এটাৰে মুখখন লুকুৱাই ৰাখে। পলকেও কেমেৰা দেখি মুখ ঘূৰাই দিয়ে। উল্লেখযোগ্য যে আজিকালি বহুতেই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈছে। কিন্তু তেওঁলোকে তেনেকৈ যোৱাৰ কাৰণ কি? এতিয়াও ইমান ভয় কিয়? তেওঁলোক তেনেকৈ যোৱাটো পিতৃ-মাতৃয়ে গম পোৱা নাই নেকি? গোপনে তেওঁলোকে চহৰ এৰিছে নেকি? অৱশ্যে ইয়াৰ উত্তৰ জানিব পৰা হোৱা নাই!

Tags: SaifAliKhanচৈফআলীখান
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx