ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত

নিউজ ডেস্কঃ

News Desk by News Desk
January 12, 2024
Reading Time: 1 min read
A A
0
Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বৃহস্পতিবাৰে বিহাৰৰ গয়াৰ বিষ্ণুপদ মন্দিৰত উপস্থিত হয় অভিনেতা সঞ্জয় দত্ত (Sanjay Dutt)। অৱশ্যে চিনেমাৰ শ্বুটৰ বাবে নহয়, পিণ্ডদান কৰিবলৈহে যায় অভিনেতাগৰাকীয়ে। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত হিন্দু ধৰ্মত পিণ্ডদানৰ প্ৰথা আছে। এইবাৰ মাতৃ নাৰ্গিছ দত্ত আৰু সুনীল দত্তৰ বাবে গয়াত পিণ্ড (Pinda in Gaya) দিলে তেওঁলোকৰ একমাত্ৰ পুত্ৰই। তাতেই অভিনেতাজনে ৰাম মন্দিৰক লৈ এটা ইংগিতদায়ক মন্তব্য কৰে।

বগা পাঞ্জাবী-পাইজামা পিন্ধি সঞ্জয় ডিঙিত টাৱেল লৈ পূজাত বহে। তেওঁ পুৰোহিতৰ কথা সম্পূৰ্ণ ভক্তিৰে পালন কৰে। আনহাতে, অভিনেতাজনৰ গয়াৰ আগমনৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁক চাবলৈ মন্দিৰৰ চৌহদত বহু লোকৰ ভিৰ হয়।

পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত
পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত:

অভিনেতাগৰাকীয়ে পিণ্ডদান কৰি ওলাই অহাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠা সম্পৰ্কে প্ৰশ্ন কৰা হয়। সঞ্জয় দত্তই কয়, “দেশত এনেকুৱা কিবা এটা ঘটি থকাটো ভাল কথা। ময়ো আশীৰ্বাদৰ বাবে তাত উপস্থিত হ’ম।”

উল্লেখযোগ্য যে ২০০৫ চনত সঞ্জয়ে পিতৃক হেৰুৱাইছিল। ইয়াৰ পূৰ্বে অৱশ্যে অভিনেতাগৰাকীয়ে কেইবাটাও ধুমুহাৰ সন্মুখীন হৈছিল। সঞ্জয় যৌৱনকালত ভৰি দিওঁতেই মাতৃ নাৰ্গিছৰ মৃত্যু হয়। ১৯৮১ চনত তেওঁৰ প্ৰথমখন ছবি ‘ৰকি’ মুক্তিৰ মাত্ৰ এসপ্তাহৰ পূৰ্বে মাতৃহাৰা হয় তেওঁ।

Tags: SanjayDuttainGayaগয়াতসঞ্জয়দত্ত
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx