ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল :

অজন্তা তালুকদাৰ, বোকাখাতঃ

Staff Reporter by Staff Reporter
February 3, 2024
Reading Time: 1 min read
A A
0
বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল :

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ নামত বোকাখাতত (Bokakhat) বৃহৎ কেলেংকাৰী তথ্য ফাদিল হোৱাত পিচত বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই আঁচনিৰ ভাড়াঘৰ বোকাখাতত চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঠাইত বিত্তবান আৰু ক্ষমতাশালী লোকৰ নামত আবন্টন দিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল
বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল :

২ ফেব্ৰুৱাৰীত বোকাখাতত আয়োজিত এক সংবাদ মেলত জাতীয়তাবাদী সংগঠনটোয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে । পৰিষদৰ জিলা সভাপতি নীলোৎপল খাউণ্ড , ৰাজ্যিক উপ সভাপতি বিপুল বৰা, জিলা সম্পাদক প্ৰাঞ্জল ভড়ালী, প্ৰচাৰ আৰু তথ্য সম্পাদক কিশোৰ ছেত্ৰীকে ধৰি বিষয়ববীয়া সকলৰ উপস্থিতত অনুষ্ঠিত এই সংবাদ মেলত সংগঠনটোৰ তৰফৰ পৰা এই কেলেংকাৰীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে ।

সংবাদ মেলত পৰিষদৰ সভাপতি নীলোৎপল খাউণ্ডে কয় যে বোকাখাতৰ ক্ষমতাশালী আৰু ৰাজনৈতিক কিছু লোকে ভুৱা শপতনামা যোগে উক্ত গৃহৰ কোঠা আবন্টন লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক তথা আইন বিৰোধী কথা ৷ এনে লোকৰ গৃহৰ আবন্টন বাতিল কৰি আইনী ব্যৱস্থাৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় সংগঠনটোয়ে ৷ অন্যথা আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ তদুপৰি বোকাখাতত গো আইনক উলংঘা কৰি আৰম্ভ হোৱা চিণ্ডিকেটৰ বিষয়টো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সংবাদ মেলত।

গৰু চিণ্ডিকেটৰ জড়িয়তে অবাধ হাৰত হোৱা গৰু চুৰিৰ দুস্কাৰ্যই মানুহক বিপদত পেলাইছে বুলি উল্লেখ কৰি কয় যে এই বিষয়ে দোষীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈকো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰযোগে আবেদন জনোৱ বুলি সংবাদ মেলত অৱগত কৰে। লগতে চৰকাৰী অনুমতি অবিহনে বোকাখাতৰ মাজেদি অবৈধ গৰু সৰবৰাহ সন্দৰ্ভত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষকে আহ্বান জনায়।

Tags: পৰিষদৰ সংবাদ মেল :বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx