ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR land : PGR-VGR ভূমিৰ বেদখলকলৈ সৰ্বদলীয় বৈঠক : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শীঘ্ৰে উচ্ছেদৰ সিদ্ধান্ত

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
February 20, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰবি আংলঙৰ (Karbi Anglong) পিজিআৰ-ভিজিআৰ ভূমিখণ্ড মুক্ত (PGR-VGR land free) কৰাকলৈ মঙলবাৰে ডিফুত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত সৰ্বসন্মত সিদ্ধান্ত (Decision at all party meeting) মৰ্মে পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছে কৰাৰ সদ্ধান্ত গ্ৰহণ কৰা হয়৷

উল্লেখযোগ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰবি আংলঙৰ প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ (পিজিআৰ) আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ) ত অবৈধ বেদখলমুক্ত কৰাকলৈ এএছডিচি যুৱ মৰ্চা আৰু কেএছএ সদস্যসকলে প্ৰতিবাদ কৰি উভতি অহা পথত পশ্চিম কাৰবি আংলঙৰ খেৰণি চাৰি আলিত দূৰ্বৃত্তই প্ৰতিবাদকাৰী দলটোৰ ওপৰত বৰ্বৰ ভাবে আক্ৰমণ চলাই গুৰুতৰভাৱে জখম কৰাৰ পিছত উতপ্ত হৈ পৰিছিল দুই পাৰ্বত্য জিলা পূৱ আৰু পশ্চিম কাৰবি আংলং৷ জিলা দুখনৰ পিজিআৰ-ভিজিআৰ ভূমি খণ্ডত অবৈধ বেদখলমুক্ত কৰাৰ বাবে সকলো দল-সংগঠন, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে নিৰৱাচ্ছিন্নভাবে প্ৰতিবাদ কৰি আহিছিল৷ উক্ত প্ৰতিবাদৰ ফলত জিলা দুখনৰ যাতায়ত, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণভাবে বন্ধ পৰিছিল৷ এক প্ৰকাৰ জিলা দুখনত জন-জীৱন স্তব্ধ হৈ পৰিছিল৷

উক্ত অচলাৱস্তাৰ মাজতে সোমবাৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতৃ বৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় ৷ আজি উক্ত বিষয়কলৈ পুণৰ ডিফুৰ মাটিপুং স্থিত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত চিইএম তুলিৰাম ৰংহাঙে এক সৰ্বদলীয় বৈঠক আহ্বান কৰে ৷ উক্ত বৈঠকত জিলাৰ খনৰ বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ নেতা সকলে অংশ গ্ৰহণ কৰাৰ লগতে দুয়োখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অংশগ্ৰহণ কৰে৷

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰায় তিনিঘণ্টা সময় জোৰা ৰুদ্ধ দ্বাৰ বৈঠকৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এক সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেল সম্বোধন কৰি চিইএম তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang) কয় যে, আজিৰ বৈঠকত সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে কাৰবি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিখণ্ডত অবৈধভাবে বেদখল কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ ১৯৮৩ পৰিয়ালক ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি শীঘ্ৰে উচ্ছেদ কৰা হব৷

কালিলৈৰ পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা অবৈধ বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰা হব ৷ উক্ত এলেকাত প্ৰায় ৯৮৬৫ লোক অবৈধ ভাবে বসবাস কৰি আছে বুলি জনায় ৰংহাঙে ৷ উচ্ছেদৰ এছঅপি তৈয়াৰ কৰাৰ লগতে ফুলনি, ডিফু শিলনীজান আৰু ডংকামোকাম ৰীজহ চক্ৰৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে বিশেষ কোষ গঠন কৰা হব ৷ ইয়াৰোপৰি পিজিআৰ-ভিজিআৰ এলেকাত নিযুক্তি প্ৰাপ্ত চৰকাৰী গাওঁবুঢ়া সকলৰ নিযুক্তিও বাতিল কৰা হব বুলি কয় ৰংহাঙে ৷ আইন-শৃংখলাৰ বিষয়টো অসম চৰকাৰ হাতত থকাৰ বাবে অসম চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে এই অঞ্চলত উচ্ছেদ চলোৱা হব বুলি মন্তব্য কৰে চিইএম গৰাকীয়ে ৷ ইয়াৰোপৰি উচ্ছেদৰ পিছত উচ্ছেদিত ৰাইজৰ পুণ:সংস্থাপনৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে, ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় তুলিৰাম ৰংহাঙে৷

আনহাতে অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত প্ৰতিবাদকাৰী সকলে ডিফুৰ মাটিপুঙ তিনিআলিত অৱস্থান কৰি বিভিন্ন শ্লাগানেৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা ৰক্ষীক সষ্টম কৰি ৰখা পৰিলক্ষিত হয় ৷ বৈঠকৰ অন্তত উচ্ছেদৰ সিদ্ধান্তৰ খবৰ পোৱাৰ লগে লগে প্ৰতিবাদকাৰীসকলৰ মাজত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PGR-VGRLandPGR-VGRভূমিৰবেদখল
Share14Tweet9Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
51
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
52
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
52
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d