ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Yashasvi Jaiswal : দুটাকৈ ৰেকৰ্ডে অপেক্ষা কৰি আছে যুৱ ক্ৰিকেটাৰ জয়ছোৱালক, ভংগ হ’ব পাৰে গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ

নিউজ ডেস্কঃ

News Desk by News Desk
February 21, 2024
Reading Time: 1 min read
A A
0
Yashasvi Jaiswal : দুটাকৈ ৰেকৰ্ডে অপেক্ষা কৰি আছে যুৱ ক্ৰিকেটাৰ জয়ছোৱালক, ভংগ হ’ব পাৰে গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

টেষ্ট ক্ৰিকেটত (Test cricket) দুটাকৈ ৰেকৰ্ড গঢ়াৰ দুৱাৰদলিত (going to making two records) উপনীত হৈছে যুৱ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল (Cricketer Yashasvi Jaiswal)। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সুনীল গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ ভংগ কৰাৰ সুযোগ লাভ কৰিছে তেওঁ। আনহাতে, বিনোদ কাম্বলীৰ অভিলেখ স্পৰ্শ কৰাৰো সম্ভাৱনা আছে।

দ্বিপাক্ষিক শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে গাভাস্কাৰৰ নামত। ১৯৭০-৭১ ছিজনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ টেষ্ট শৃংখলাত তেওঁ ৭৭৪ ৰান সংগ্ৰহ কৰিছিল। যিটো দ্বিপাক্ষিক শৃংখলাত এজন ভাৰতীয় ক্ৰিকেটাৰৰ সৰ্বাধিক ৰান। দ্বিপাক্ষিক শৃংখলাত পুনৰ ৭০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈছিল গাভাস্কাৰ। ১৯৭৮-৭৯ ছিজনত ভাৰতৰ মাটিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭৩২ ৰান সংগ্ৰহ কৰিছিল তেওঁ। ইয়াৰ বাহিৰে আন কোনো ভাৰতীয় বেটছমেনে দ্বিপাক্ষিক শৃংখলাত ৭০০ ৰান সংগ্ৰহ কৰিব পৰা নাই। এই তালিকাত দ্বিতীয় স্থানত আছে ৬৯২ ৰান।

cricket2 | ASSAM TIMES POST

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন টেষ্টত যশস্বীয়ে ৫৪৫ ৰান সংগ্ৰহ কৰে। বাকী দুখন টেষ্টত যদি তেওঁ আৰু ২৩০ ৰান কৰিব পাৰে, তেন্তে তেওঁ গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ ভংগ কৰিব। ভাৰতৰ দ্বিতীয় বেটছমেন হিচাপে দ্বিপাক্ষিক শৃংখলাত ৭০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ এই যুৱ অ’পেনিং বেটছমেনগৰাকীক আৰু ১৫৫ ৰানৰ প্ৰয়োজন।

ইয়াৰ বাহিৰেও ৰাঁচীত আন এক অভিলেখ গঢ়ি তুলিব পাৰে যশস্বীয়ে। বিনোদ কাম্বলিয়ে ১৪ ইনিংছত ১০০০ টেষ্ট ৰান সংগ্ৰহ কৰিছিল। যিটো ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত দ্ৰুততম ১০০০ ৰান। ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টৰ প্রথম ইনিংছত যদি যশস্বীয়ে ১৩৯ ৰান কৰিব পাৰে, তেন্তে তেওঁ কাম্বলীৰ ৰেকৰ্ড স্পর্শ কৰিব৷

Tags: YashasviJaiswalক্ৰিকেটাৰযশস্বীজয়ছোৱাল
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx