ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR Land I বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
February 24, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

পশ্চিম কাৰবি আংলঙ জিলাৰ ডংকা ৰাজহ চক্ৰৰ অধীনৰ খেৰণিত পিজিআৰ আৰু ভিজিআৰ ভূমিত (PGR-VGR Land) বসতি উচ্ছেদ (Eviction of settlements) কৰাকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা স্থিতিকলৈ অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীক কেন্দ্ৰ কৰি কাৰবি আংলং জিলাত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ পিজিআৰ-ভিজিআৰ ভূমি আৰু দেৱব্ৰত শইকীয়াৰ সদনৰ বক্তব্য (Speech of The House of Debabrata Saikia) সন্দৰ্ভত আজি ডিফুত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত দুয়োখন জিলাৰ কংগ্ৰেছ নেতৃত্বই এখন যৌথ সংবাদমেল সম্বোধন কৰে৷

সংবাদমেল যোগে কাৰবি আংলং জিলা কংগ্ৰেছৰ (Karbi Anglong District Congress) কাৰ্যকৰী সভাপতি অশোক টেৰণে কয় যে, পিজিআৰ-ভিজিআৰ ভূমি সম্পৰ্কে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে আহ্বান কৰা সৰ্বদলীয় সভাত আমিও উপস্থিত আছিলো আৰু সকলো দল-সংগঠনে গ্ৰহণ কৰা সিদ্ধান্তত ঐক্যমত পোষণ কৰিছিলো৷ আমি আমাৰ স্থিতিত অটল আছো আৰু পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ সপক্ষে আছো৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ

আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিয়ে দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ ভুল বাখ্যা আগবঢ়োৱা বুলি মন্তব্য কৰে ৷ ৰংপিয়ে কয় যে, বিৰোধী নেতাগৰাকীয়ে সদনত পৰিষদৰ মুখ্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পিজিআৰ-ভিজিআৰ ভূমিত উন্নয়ণমূলক আঁচনি উদ্ধোধন কৰি এই ভূমিত কোনো উচ্ছেদ চলোৱা নহয় বুলি কৰা মন্তব্যৰ উদ্ধৃতি দি বিজেপি নেতৃত্বাধীন পৰিষদখনে হঠাত উচ্ছেদ চলোৱাৰ সিদ্ধান্তৰ বিষয়েহে প্ৰশ্ন উত্থাপন কৰিছিল৷

ইয়াৰ লগতে পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা উচ্ছেদিত সকলক ক’ত পুনৰ সংস্থাপন কৰা হব সেই প্ৰশ্নহে উত্থাপন কৰিছিল কাৰণ উক্ত ভূমিত দীৰ্ঘকাল ধৰি বসবাস কৰি থকাসকল ভাৰতীয় নাগৰিক আৰু উচ্চতম ন্যায়ালয়ে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদিতসকলক পুণৰ সংস্থাপনৰ কথাও আদেশত উল্লেখ কৰিছিল৷ ৰাইজৰ প্ৰতিনিধি ৰাজনৈতিক দলৰ নেতা হিছাপে ভাৰতীয় নাগৰিকৰ পুণৰ সংস্থাপনৰ বিষয়ে প্ৰশ্ন কৰাৰ অধিকাৰ আছে বুলি ৰংপিয়ে উভতি ধৰে৷ এই সন্দৰ্ভত ৰাজনীতি নকৰি যুগ যুগ ধৰি উক্ত স্থানত বসবাস কৰি অহা ভাৰতীয়সকলৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে লবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক আহ্বান জনায়৷

Tags: KarbiAnglongDistrictCongressPGR-VGRLandকাৰবিআংলংজিলাকংগ্ৰেছপিজিআৰ-ভিজিআৰভূমি
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx