ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেন্সাৰৰ পৰা ডায়েবেটিছলৈ : ঔষধি গুণেৰে সমৃদ্ধ মধুৰিআমৰ পাত

ASSAM TIMES POST by ASSAM TIMES POST
January 4, 2020
Reading Time: 1 min read
A A
0
কেন্সাৰৰ পৰা ডায়েবেটিছলৈ : ঔষধি গুণেৰে সমৃদ্ধ মধুৰিআমৰ পাত

বিশেষ প্ৰতিবেদন

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

আমি বহুতেই মধুৰিআম ফলবিধ আৰু ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে জানো৷ কিন্তু আমি বেছিভাগেই মধুৰিআমৰ স্বাস্থ্যকৰ গুণ সম্পৰ্কত সজাগ নহয়৷ মধুৰিআমৰ পাত ঔষধি গুণ বিশিষ্ট আৰু ইয়াৰ পৰা আমাৰ শৰীৰৰ যথেষ্ট উপকাৰ পাব পাৰো৷

মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টছ আৰু এষ্ট্ৰিনজেণ্ট মৌল আছে৷ তলত মধুৰিআমৰ পাতৰ ৮টা স্বাস্থ্যৰ বাবে উপকাৰি বিশেষ গুণৰ কথা উল্লেখ কৰা হ’ল৷

(১) ডায়েৰিয়া বা পেটচলা ৰোগৰ চিকিৎসা : যদি এগৰাকী লোক ডায়েৰিয়াত আক্ৰান্ত হয়, তেতিয়াহ’লে একাপ মধুৰিআমৰ পাতৰ ৰস, মধুৰিআমৰ পাত থেতেলিয়াই বা একাপ গৰম পানীত পাত সিজাই সেৱন কৰিলে ডায়েৰিয়া বা পেটচলা ৰোগৰ পৰা উপশম পাব পাৰি৷ এক অধ্যয়নৰ পৰা পোৱা তথ্য মতে, মধুৰিআমৰ পাতত ডায়েৰিয়া প্ৰতিৰোধী গুণ আছে৷
(২) মেদবহুলতা নিয়ন্ত্ৰণ : মধুৰিআমৰ পাতৰ নিৰ্যাসেই ওজন কমোৱাত সহায় কৰে৷ লগতে ষ্টাৰ্চ (Starch) ক শৰ্কৰা (Sugar)লৈ পৰিৱৰ্তনত বাধা দিয়ে৷

(৩) কলেষ্টেৰল কমায় : Nutrition and Metabolism নামৰ স্বাস্থ্য বিষয়ক আলোচনীখনত প্ৰকাশ পোৱা এক অধ্যয়ন মতে মধুৰিআমৰ পাতৰ নিৰ্যাস মাহ ধৰি ব্যৱহাৰ কৰিলে কলেষ্টেৰল কমে আৰু কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ট্ৰাইগ্লিচাৰাইড হয়৷

(৪) কেন্সাৰ প্ৰতিৰোধ : মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণৰ লাইকোপিন (Lycopene) থাকে, যাৰ কেন্সাৰৰ বিপক্ষে যুঁজিব পৰা গুণ আছে আৰু স্তন কেন্সাৰ, প্ৰোষ্টেট কেন্সাৰ আৰু মুখমণ্ডলৰ কেন্সাৰৰ বিপক্ষে যুঁজিব পাৰে৷ এক গৱেষণা মতে মধুৰিআমৰ পাতৰ এণ্ড্ৰ’জেন উৎপাদনকাৰী প্ৰক্ৰিয়াক বাধা দিব পৰা ক্ষমতা আছে৷ উল্লেখ্য যে এণ্ড্ৰ’জেন হৈছে এক পুৰুষ হৰমন যিটো হৰমন প্ৰোষ্টেট কেন্সাৰৰ কিছু প্ৰকাৰৰ কেন্সাৰ কোষ বিকাশত সহায় কৰে৷

মধুৰিআমৰ পাতৰ আন এক সক্ষমতা হ’ল ইয়াৰ নিৰ্যাসেৰে গেষ্ট্ৰিক কেন্সাৰৰ ৰোগীক চিকিৎসা কৰিব পাৰি৷ মধুৰিআমৰ পাতত কোৱাৰচেটিন, লাইকোপিন আৰু ভিটামিন-চি থাকে, যিবোৰৰ কেন্সাৰ প্ৰতিৰোধী আৰু টিউমাৰ প্ৰতিৰোধী গুণ আছে৷

(৫) ডায়েবেটিছ নিয়ন্ত্ৰণ : মধুৰিআম পাতৰ চাহ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হিচাপে বিবেচনা কৰা হয়৷ Nutrition and Metabolism আলোচনীত প্ৰকাশ পোৱা এক অধ্যয়নৰ তথ্য মতে, মধুৰিআম পাতৰ নিৰ্যাসে টাইপ-২ প্ৰকাৰৰ ডায়েবেটিছ ৰোগ সৃষ্টিক প্ৰতিৰোধ কৰিব পাৰে৷
৬) মুখৰ ৰোগৰ চিকিৎসা : এণ্টি-ইনফ্লেমেট’ৰী আৰু এণ্টি-বেক্টেৰিয়েল গুণৰ বাবে মধুৰিআমৰ পাতে দাঁত আৰু মুখৰ সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে৷

(৭) ডেংগুৰ পৰা সকাহ : ডেংগু জ্বৰত আক্ৰান্ত এগৰাকী ব্যক্তিৰ শৰীৰত তেজৰ পৰিমাণ কমি যায়৷ সেয়েহে এইক্ষেত্ৰত প্লেটিলেট বৃদ্ধিৰ বাবে মধুৰিআমৰ পাতক এক উত্তম পন্থা হিচাপে বিবেচিত কৰিব পাৰি৷ লগতে মধুৰিআমৰ পাতে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে বুলিও ‘নেচাৰেল মেডিচিনছ’ নামৰ এখন স্বাস্থ্য আলোচনীত প্ৰকাশিত এক গৱেষণাত প্ৰকাশ৷

(৮) ছাল আৰু চুলিৰ সুস্বাস্থ্যৰ বাবে মধুৰিআমৰ পাত : মধুৰিআমৰ পাতে মুখমণ্ডলত পৰা ক’লা দাগ কম কৰে আৰু শালমইনা নোহোৱা কৰে৷ মধুৰিআমৰ পাত চুলিৰ বৃদ্ধিৰ বাবেও অতি উপকাৰী৷

Tags: Featured
Share5Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx