ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

T20 world cup 2024 : ৰোহিত শৰ্মাৰ নেতৃত্বত টি-২০ বিশ্বকাপ দল ঘোষণা, দললৈ উভতিল ঋষভ পন্ট

নিউজ ডেস্কঃ

News Desk by News Desk
April 30, 2024
Reading Time: 1 min read
A A
0
T20 world cup 2024 : ৰোহিত শৰ্মাৰ নেতৃত্বত টি-২০ বিশ্বকাপ দল ঘোষণা, দললৈ উভতিল ঋষভ পন্ট

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

আগন্তুক টি-২০ বিশ্বকাপৰ (T20 World Cup) বাবে ১৫ জনীয়া দল ঘোষণা (15-member squad announced) ভাৰতীয় ক্ৰিকেট নিৰ্বাচক সমিতিৰ (Cricket Selection Committee of India)। ৰোহিত শৰ্মাৰ জন্মদিনৰ দিনা ভাৰতীয় দলটো ঘোষণা কৰে ব’ৰ্ডে। উল্লেখযোগ্য যে এইবাৰ ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তাত অংশগ্ৰহণ কৰিব। ১৫ জনীয়া দলটোত আছে বিৰাট কোহলী, যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ। আনহাতে, যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰো আছে। উল্লেখ্য যে ১৬ মাহৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিছে ঋষভ পন্ত।
এইবাৰ আইপিএলত সুন্দৰ ফৰ্মত আছে বিৰাট। এতিয়ালৈকে তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। অৱশ্যে বিশ্বকাপত বিৰাটক অ’পেনাৰ হিচাপে দেখা যাবনে নাই সেয়া স্পষ্ট হোৱা নাই। কাৰণ ৰোহিত আৰু যশস্বী দলত আছে। তেনে ক্ষেত্ৰত তিনি নম্বৰত বেটিং কৰিব বিৰাটে।
আনহাতে, ভাৰতীয় দলত আছে টি-২০ ৰেংকিঙৰ এক নম্বৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ। উইকেটকীপাৰ হিচাপে দলত পন্টৰ স্থান। চঞ্জু চেমচনো দলত আছে। আইপিএলত ভাল খেলি ভাৰতীয় দলত তেওঁ স্থান লাভ কৰে। অৱশ্যে স্থান লাভ কৰা নাই লোকেশ ৰাহুলে।

Sports1 | ASSAM TIMES POST

ইফালে হাৰ্দিকক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ প্ৰথম এঘাৰত তেওঁৰ স্থান নিশ্চিত। শিৱম ডুবেও দলত আছে। দুয়োজনেই অলৰাউণ্ডাৰ। অৱশ্যে দুয়োজনেই পেচ বলাৰ বাবে যিকোনো এজনে প্ৰথম একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। যিহেতু হাৰ্দিক উপ অধিনায়ক, ডুবেই হয়তো বাহিৰত থাকিব লাগিব পাৰে।

সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰকো দলত ৰখা হৈছে। আইপিএলত ভাল খেলা যুজবেন্দ্ৰ চাহালক ১৫ জনীয়া দলত ৰাখিছে নিৰ্বাচক দলে। দলটোত অক্ষৰ পেটেলো আছে।
আনহাতে, পেচ আক্ৰমণ চম্ভালিবলৈ আছে যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু মহম্মদ চিৰাজ। আইপিএলত অৱশ্যে ফৰ্মত নাই ছিৰাজ। কিন্তু ব’ৰ্ডে তেওঁক দলত ৰাখিছে।

১৫ জনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), শিৱম ডুবে, ৰবিন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ , যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ।
সংৰক্ষিত : শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ, আবেশ খান।

Tags: T20WorldCupSquadটি-২০বিশ্বকাপদলঘোষণা
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx