ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Records in Cricket : ৬৭ বছৰত অভিষেক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত, বিশ্ব অভিলেখ আইতাৰ!

নিউজ ডেস্কঃ

News Desk by News Desk
May 24, 2024
Reading Time: 1 min read
A A
0
Records in Cricket : ৬৭ বছৰত অভিষেক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত, বিশ্ব অভিলেখ আইতাৰ!

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

জিব্ৰাল্টাৰৰ এগৰাকী ক্ৰিকেটাৰ (A cricketer from Gibraltar)ৰ বিশ্ব অভিলেখ। চেলি বাৰ্টন (Sally Burton) নামৰ এগৰাকী মহিলা ক্ৰিকেটাৰে বিশ্ব ক্ৰিকেটত এই অভিলেখ (Record in world cricket) গঢ়ে। মহিলা উইকেটকীপা (Female wicket-keeper)ৰ বেটছমেনগৰাকীয়ে ৬৬ বছৰ ৩৩৪ দিন বয়সত (age of 66 years 334 days) প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত অংশগ্ৰহণ (Participation in the first international cricket match) কৰে। জিব্ৰালটাৰে ইষ্ট’নিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত তেওঁ অভিষেক ঘটায়।

উল্লেখ্য যে বাৰ্টনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ এনে এক বয়সত আৰম্ভ কৰিছে, যিটো বয়সত বেছিভাগ মানুহে নাতি-নাতিনীৰ সৈতে আজৰি সময় কটোৱাৰ কথা ভাবে। অৱশ্যে ৬৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে নিজকে বুঢ়া বুলি নাভাবে। আনহাতে, কোনোবাই বয়োজ্যেষ্ঠ বুলি ক’লেও তেওঁ আপত্তি কৰে। ইফালে বিশ্ব অভিলেখ গঢ়াৰ পাছত বাৰ্টনে কয়, “মোৰ অভিধানত প্ৰবীণ বা প্ৰৌঢ় বুলি কোনো শব্দ নাই। এইটো সঁচা যে ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ সুযোগ পাম বুলি মই কেতিয়াও ভবা নাছিলো।

cric | ASSAM TIMES POST

কিন্তু মোৰ অভিষেকে প্ৰমাণ কৰিলে যে থমকি ৰোৱাৰ কোনো বয়স নাই।” ক্ৰিকেটৰ পৰা কেতিয়া অৱসৰ ল’ব বিচাৰে বুলি সোধা প্ৰশ্নত খঙতে বাৰ্টনে কয়, “অৱসৰ কিয়? মই মাত্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছোহে। মই যিমান পাৰো খেলিম।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে পৰ্তুগালৰ আকবৰ চৈয়দে বৃদ্ধ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই ৰেকৰ্ড গঢ়িছিল। ২০১২ চনত ফিনলেণ্ডৰ বিৰুদ্ধে ৬৬ বছৰ ১২ দিন বয়সত প্ৰথম টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল তেওঁ। জিব্ৰাল্টাৰৰ বাৰ্টনে তেওঁৰ অভিলেখ ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁৰ এই কৃতিত্ব ক্ৰিকেটপ্ৰেমীৰ সৈতে শ্বেয়াৰ কৰিছে।

বাৰ্টন হৈছে নিজ দলৰ দ্বিতীয় সৰ্বোচ্চ বয়সৰ খেলুৱৈতকৈ ৩০ বছৰ ডাঙৰ। তাত তেওঁৰ কোনো অসুবিধা নাই। ৰাষ্ট্ৰীয় জাৰ্চি পিন্ধিবলৈ পাই বাৰ্টন সুখী। তিনি নাতি-নাতিনীৰ আইতাকৰ এতিয়া একমাত্ৰ লক্ষ্য হৈছে কেৱল ক্ৰিকেট খেলা।

Tags: FemalecricketerAge66SallyBurtonচেলিবাৰ্টন
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx