
মঙলবাৰে পুৱা ১০ বজাত কাৰবি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ (Karbi Langpi Hydroelectric Project) পৰা প্ৰাপ্ত খবৰ অনুসৰি পশ্চিম কাৰবি আংলঙত খুলি দিয়া হ’ল কার্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট (Four gates of the project have been opened)। হুৰাহুৰে নামি আহিছে পানী। ৰেমালৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্রকল্পটো। নৈ-পৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ বাবে এলার্ট জাৰি কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই৷

যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বৰপানী নদীৰ জলপৃষ্ঠ। সীমিত level অত খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খনকৈ গেট।












