ASSAM TIMES POST
দিল্লী আৰক্ষীয়ে সন্দেহজনক তিনিজন আইছিছৰ বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে৷ দিল্লীৰ ৱাৰজিদবাদৰ পৰা এই তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে৷ এটা সংঘৰ্ষৰ পাছত সন্ত্ৰাসবাদী তিনিজনক গ্ৰেপ্তাৰ কৰে৷
সন্ত্ৰাসবাদীকেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ইয়াৰ পাছতে অনুসন্ধান চলাই থকাৰ লগতে বিভিন্ন এলেকাত তালাচি চলায় আছে৷ ইয়াৰ পূৰ্বে চোৰাংচোৱাই পাঁচজন আইছিছত প্ৰশিক্ষণ লোৱা সদস্যই নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছে বুলি সতৰ্ক কৰি দিছিল৷










