ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

নিউজ ডেস্কঃ

News Desk by News Desk
July 15, 2026
Reading Time: 1 min read
A A
0
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

আমেৰিকাই (America) পুনৰ শুল্ক যুদ্ধ (Tariff war again) আৰম্ভ কৰিব নেকি? আমেৰিকাৰ চিনেটৰৰ এটা দলে এক প্ৰস্তাৱ আগবঢ়াইছে। দলটোৱে ঘোষণা কৰিছে নতুন নিষেধাজ্ঞা বিধেয়ক। বিধেয়কখনত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰত (India) আৰু চীনকে (China) ধৰি পাঁচখন দেশৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত (100%) শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ (Proposal to impose a tariff) দিয়া হৈছে। হোৱাইট হাউছেও এই নতুন বিধেয়কখনক সমৰ্থন কৰিছে। আগষ্টৰ পূৰ্বে হয়তো গৃহীত হ’ব পাৰে আমেৰিকাৰ নতুন বিধেয়ক। মঙলবাৰে এই নতুন বিধেয়কখন ঘোষণা কৰে আমেৰিকাৰ চিনেটৰ ৰিচাৰ্ড ব্লুমেন্থালে।

তেওঁ কয়, “ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা মূল পাঁচখন দেশৰ ওপৰত নিৰ্দিষ্ট শুল্ক আৰোপ কৰা হৈছে। সৰ্বোচ্চ শুল্কৰ পৰিমাণ ১০০ শতাংশ হ’ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত কিছু ৰেহাই আছে।” ভাৰত আৰু চীনৰ উপৰি আমেৰিকাই শ্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজানৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ কথা চিন্তা কৰিছে। নতুন বিধেয়কখনত কেৱল তেল ক্ৰয় কৰা দেশেই নহয়, ৰাছিয়াৰ পৰা প্ৰাকৃতিক গেছ ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

us1 4 | ASSAM TIMES POST
ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

যোৱা বছৰৰ এপ্ৰিল মাহত প্ৰয়াত ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহামে আমেৰিকান কংগ্ৰেছত শুল্ক বিধেয়ক উত্থাপন কৰিছিল। বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি কোনো দেশে আমেৰিকাৰ নিষেধাজ্ঞাৰ পিছতো ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে দেশখনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। অৱশ্যে সেই বিধেয়ক এতিয়াও কাৰ্যকৰী হোৱা নাই। আমেৰিকাই যি নতুন বিধেয়কৰ কথা কৈছে সেয়া উক্ত বিধেয়কখনৰ সংশোধনী।

আমেৰিকাৰ চিনেটৰ সূত্ৰ অনুসৰি, ২৬ জন লোকে নতুন সংশোধনী বিধেয়কখনৰ প্ৰস্তাৱ আগবঢ়াইছে। আগন্তুক দিনত সেই সংখ্যা বৃদ্ধি পাব পাৰে। আমেৰিকান কংগ্ৰেছত গৃহীত হোৱা বিধেয়কখনক লৈ আশাবাদী চিনেটৰৰ এটা অংশ। ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে শুল্ক নীতিক লৈ আদালতত বিপৰ্যয়ৰ সন্মুখীন হৈছিল। ৰাষ্ট্রীয় জৰুৰীকালীন অৱস্থাত ব্যৱহৃত আইন প্রয়োগ কৰি ট্রাম্পে বিভিন্ন দেশৰ ওপৰত আমদানি শুল্ক আৰোপ কৰাটো অবৈধ বুলি ৰায় দিছিল৷ ইয়াৰ পিছতে ট্ৰাম্পে সাময়িকভাৱে ১০ শতাংশ শুল্ক ঘোষণা কৰে। শেহতীয়াকৈ সেই শুল্ক নীতিও আদালতত বিপৰ্যয়ৰ সন্মুখীন হৈছে। তেনে পৰিস্থিতিত আমেৰিকাই পুনৰবাৰ ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা চিন্তা কৰিছে।

Tags: tariffwar
Share4Tweet3Send

Related Posts

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

by News Desk
July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

by News Desk
July 15, 2026
50
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

by Staff Reporter
July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

by Staff Reporter
July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

by Staff Reporter
July 15, 2026
50
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

by News Desk
July 14, 2026
50
ADVERTISEMENT
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক
National-International

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026
50
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx