ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Riyan Parag : ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ; শুভমন গিলৰ নেতৃত্বত জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
June 24, 2024
Reading Time: 1 min read
A A
0
Riyan Parag : ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ; শুভমন গিলৰ নেতৃত্বত জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

সোমবাৰৰ দিনটো অসমৰ ক্ৰীড়া জগতৰ বাবে এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈ থাকিব । কিয়নো ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত হৈছে প্ৰতিশ্ৰুতিৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Cricketer Riyan Parag)। জিণ্টিমণি কলিতাৰ পিছত (ভাৰতীয় মহিলা দলত) ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত (Selected for national team) ৰিয়ান পৰাগ হৈছে অসমৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ।

উল্লেখ্য, সোমবাৰে জিম্বাব’ৱে ভ্ৰমণৰ বাবে (For a trip to Zimbabwe) ভাৰতীয় দলটো ঘোষণা কৰা হয়। দলটোৰ অধিনায়ক হৈছে শুভমন গিল। টি-২০ বিশ্বকাপৰ অন্ত পৰাৰ পিছত ভাৰতীয় দলটোৰ এইটো হ’ব প্ৰথম শৃংখলা। দলটোত পাঁচখন নতুন মুখ দেখা যাব। আনহাতে, ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হৈছে।

ভাৰতে ১৫ জনীয়া এটা দল বাছনি কৰিছে। টি-২০ বিশ্বকাপৰ মূল দলত সুযোগ নোপোৱা শুভমনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, অভিষেক শৰ্মা, ৰিয়ান পৰাগ, নীতিশ ৰেড্ডী, ধ্ৰুৱ জুৰেল আৰু তুষাৰ দেশপাণ্ডেক প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ধ্ৰুৱ জুৰেলে টেষ্ট ক্ৰিকেট খেলিছে যদিও প্ৰথমবাৰৰ বাবে টি-২০ দলত সুযোগ লাভ কৰিছে।

riyan | ASSAM TIMES POST

উল্লেখ্য, জিম্বাব’ৱে ভ্ৰমণত ভাৰতে কেৱল টি-২০ মেচহে খেলিব। ৬ জুলাইৰ পৰা আৰম্ভ হ’ব পাঁচখন মেচৰ শৃংখলা। সকলো মেচ হাৰাৰেত অনুষ্ঠিত হ’ব। ৬ জুলাইত প্ৰথমখন মেচৰ পিছদিনা দ্বিতীয়খন মেচ খেলিব ভাৰতে। বাকী তিনিখন মেচ ১০, ১৩ আৰু ১৪ জুলাইত অনুষ্ঠিত হ’ব। ১০ জুলাইৰ মেচখনৰ বাহিৰে বাকী সকলো মেচ ভাৰতীয় সময়মতে দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ’ব। সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব ১০ তাৰিখৰ মেচখন।

১৫ জনীয়া দলটোত চাৰিগৰাকী অ’পেনাৰ আছে। শুভমনৰ বাহিৰেও আছে টি-২০ বিশ্বকাপৰ দলত থকা যশস্বী জয়ছোৱাল, ৰুতুৰাজ গাইকোৱাড় আৰু অভিষেক শৰ্মা। আই পি এল বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছৰ একমাত্ৰ ৰিংকু সিঙে ভাৰতীয় দলত স্থান লাভ কৰিছে।

উল্লেখ্য যে আই পি এলত ভাল খেলা ৰিয়ান, তুষাৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে। দলটোৰ উইকেটকীপাৰ দুগৰাকী হৈছে সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেল। ৱাশ্বিংটন সুন্দৰ আৰু ৰবি বিষ্ণয়ে স্পিন বিভাগ চম্ভালিব। পেচ বিভাগৰ দায়িত্ব আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰৰ দায়িত্বত থকিব।

ভাৰতীয় দল : শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, ৰুতুৰাজ গাইকোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু শৰ্মা (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আবেশ খান, খলিল আহমেদ , মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।

Tags: RiyanParagৰিয়ানপৰাগ
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

May 6, 2026
50
মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ, গুটখাই মদ খোৱাৰ প্ৰৱণতাক ওচৰ চপাই আনে:
National-International

‎’হাৰাম’ সুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব পাকিস্তানে

May 6, 2026
50
‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ
National-International

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026
50
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ
National-International

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

May 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

May 6, 2026
মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ, গুটখাই মদ খোৱাৰ প্ৰৱণতাক ওচৰ চপাই আনে:

‎’হাৰাম’ সুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব পাকিস্তানে

May 6, 2026
‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx