ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dalit Youth naked in Madhya Pradesh : মধ্যপ্ৰদেশত দলিত যুৱকক উলংগ কৰি প্ৰহাৰ, গ্ৰেপ্তাৰ তিনি অভিযুক্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 26, 2024
Reading Time: 1 min read
A A
0
Dalit Youth naked in Madhya Pradesh : মধ্যপ্ৰদেশত দলিত যুৱকক উলংগ কৰি প্ৰহাৰ, গ্ৰেপ্তাৰ তিনি অভিযুক্ত

Oplus_0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

বিজেপিশাসিত মধ্যপ্ৰদেশত (Madhya pradesh) এজন দলিত যুৱকক গণপ্ৰহাৰ। ছটাৰপুৰ জিলাৰ উক্ত ঘটনাত যুৱকজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Dalit Youth naked in Madhya Pradesh
মধ্যপ্ৰদেশত দলিত যুৱকক উলংগ কৰি প্ৰহাৰ, গ্ৰেপ্তাৰ তিনি অভিযুক্ত:

ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ মধ্যপ্ৰদেশতে বিতৰ্কৰ সৃষ্টি হয়। যুৱকজনক কিয় প্ৰহাৰ কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে একো জনোৱা নাই। বুধবাৰে ছাটাৰপুৰৰ আৰক্ষী অধীক্ষক আগম জৈনে কয়, “যুৱকজন নিশা ঘৰলৈ উভতি যোৱাৰ সময়ত অভিযুক্তই কোটৱালি থানাৰ পৰা লৈ গৈ প্ৰহাৰ কৰে।”

ছ’চিয়েল মিডিয়াত বিয়পি পৰা ভিডিঅ’টোত দেখা গৈছে যে ভুক্তভোগীৰ মূৰ ফাটি তেজ বৈ গৈছে। তেনে পৰিস্থিতিতে একাংশ আক্ৰমণকাৰীয়ে তেওঁক বেল্ট আৰু পিষ্টলেৰে আঘাত কৰি আছে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, ভিডিঅ’টো চোৱাৰ পিছতে তেওঁলোকৰ পৰিচয় সম্পৰ্কে জ্ঞাত হোৱাৰ পিছতে তিনিজন অভিযুক্ত দেৱ ওৰফে দেৱেন্দ্ৰ ঠাকুৰ, লাকী ঘোষী আৰু অনু ঘোষীক গ্ৰেপ্তাৰ কৰা হয়।

তেওঁলোকৰ পৰা জব্দ কৰে এটা পিষ্টল। জৈনে কয় যে তদন্তত প্ৰকাশ পাইছে যে গ্ৰেপ্তাৰ হোৱা তিনিজন অভিযুক্তৰ বিৰুদ্ধে পূৰ্বেও অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে।

Tags: উলংগ কৰি প্ৰহাৰগ্ৰেপ্তাৰ তিনি অভিযুক্তমধ্যপ্ৰদেশত দলিত যুৱকক
Share4Tweet3Send

Related Posts

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

by News Desk
May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

by News Desk
May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

by Staff Reporter
May 11, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

by Staff Reporter
May 11, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

by Staff Reporter
May 11, 2026
50
ADVERTISEMENT
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

May 11, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

May 11, 2026
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx