ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh Violence। বাংলাদেশৰ পৰা উভতি আহিছে অসমৰ প্ৰায় ১২০ শিক্ষাৰ্থী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 22, 2024
Reading Time: 1 min read
A A
0
Bangladesh Violence I সমগ্ৰ বাংলাদেশত সান্ধ্য আইন জাৰি, মোতায়েন সেনাবাহিনী

Oplus_0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

বিগত কেইদিনমানৰ পৰা হিংসাত্মক প্ৰতিবাদে কঁপোৱা বাংলাদেশৰ (Bangladesh) পৰা অসমৰ প্ৰায় ১২০ গৰাকী ছাত্ৰ-ছাত্ৰী অসমলৈ উভতি আহিছে। দেওবাৰে অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰকাশ কৰে৷ অতিৰিক্ত মুখ্য সচিব (গৃহ) অজয় তিৱাৰীয়ে পিটিআইক জনোৱা মতে, কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি আৰু মেঘালয়ৰ ডাউকিস্থিত ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়ালৈকে ভাৰতত প্ৰৱেশ কৰিছে।

Bangladesh Violence।
বাংলাদেশৰ পৰা উভতি আহিছে অসমৰ প্ৰায় ১২০ শিক্ষাৰ্থী:

তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলত অসম, মেঘালয় আৰু ত্ৰিপুৰাত আইচিপিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকে প্ৰৱেশ কৰি আছে। শনিবাৰে নিশালৈকে ডাউকিৰ পৰা অসমলৈ অহা ৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ বিপৰীতে সুতাৰকান্দিৰ পৰা আন ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ কৰে।“

তেওঁ লগতে কয় যে বৰাক উপত্যকাৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই সুতাৰকান্দিৰ মাজেৰে আহিছে৷ আনহাতে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলে ডাউকিৰ জৰিয়তে প্ৰৱেশ কৰিছে।

আগন্তুক কেইদিনমানৰ ভিতৰত আৰু অধিক ছাত্ৰ-ছাত্ৰী অহাৰ সম্ভাৱনা আছে আৰু ভাৰতত প্ৰৱেশৰ সুবিধাৰ বাবে অসম চৰকাৰে সুতাৰকান্দিত এজন দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াক নিযুক্তি দিছে বুলিও তিৱাৰীয়ে কয়।

ইফালে বাংলাদেশত কিমানজন অসমীয়া ছাত্ৰ-ছাত্ৰী আছিল বুলি সোধাত তিৱাৰীয়ে কয় যে এই সংখ্যা ৰাজ্য চৰকাৰৰ হাতত নাই৷ কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হাতত ইয়াৰ তথ্য আছে বুলি তেওঁ কয়।

Tags: অসমৰ প্ৰায় ১২০ শিক্ষাৰ্থীবাংলাদেশৰ পৰা উভতি আহিছে
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT