ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Peris Olympics 2024 : পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সফলতা, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত মহিলা দল

নিউজ ডেস্কঃ

News Desk by News Desk
July 25, 2024
Reading Time: 1 min read
A A
0
Peris Olympics 2024 : পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম সফলতা, আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত মহিলা দল

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

পেৰিছ অলিম্পিক (Paris Olympics)ৰ প্ৰথম দিনটোতে ভাৰতৰ বাবে সুখবৰ। যোগ্যতা অৰ্জনৰ ৰাউণ্ড খেলি ভাৰতীয় মহিলা আৰ্চাৰী (Indian Women’s Archery Team) দলটোৱে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন (Qualifying for quarter-finals) কৰে। দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰে পোনপটীয়াকৈ অন্তিম আঠত খেলিব।

উল্লেখযোগ্য যে যদিও ২৬ জুলাইত (on July 26) অলিম্পিকৰ আনুষ্ঠানিক উদ্ধোধন (Olympics will be officially inaugurated) হ’ব, ইতিমধ্যে কিছু প্ৰতিযোগিতা আৰম্ভ হৈছে। বৃহস্পতিবাৰে আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত আৰু দলীয় ৰেংকিং ইভেণ্ট অনুষ্ঠিত হয়। তাত দীপিকা, অংকিতা আৰু ভজনে চতুৰ্থ স্থান দখল কৰে। তেওঁলোকে মুঠ ১৯৮৩ পইণ্ট লাভ কৰে। ইয়াৰ ভিতৰত অংকিতাই সৰ্বাধিক ৬৬৬ পইণ্ট লাভ কৰে। ভজনে ৬৫৯ পইণ্ট সংগ্ৰহ কৰে। দীপিকাই ৬৫৮ পইণ্ট সংগ্ৰহ কৰে।

Olympics india | ASSAM TIMES POST
পেৰিছ অলিম্পিকত ভাৰতৰ আৰ্চাৰী মহিলা দল কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন

এই শাখাত দক্ষিণ কোৰিয়াই প্ৰথম স্থান লাভ কৰে। তেওঁলোকে লাভ কৰে ২০৪৬ পইণ্ট। দ্বিতীয় স্থান লাভ কৰা চীনে ১৯৯৬ পইণ্ট লাভ কৰে। মেক্সিকোৱে তৃতীয় স্থান লাভ কৰে। তেওঁলোকে ১৯৮৬ পইণ্ট স্ক’ৰ কৰে। অৰ্থাৎ ভাৰতে মাত্ৰ ৩ পইণ্টৰ বাবে চতুৰ্থ স্থান দখল কৰিবলগা হয়। শীৰ্ষ স্থানত থকা দক্ষিণ কোৰিয়াতকৈ ৬৩ পইণ্ট কমকৈ ভাৰতে লাভ কৰে। ৰেংকিং ৰাউণ্ডত দক্ষিণ কোৰিয়াই অলিম্পিকৰ অভিলেখ গঢ়ে।

মহিলা দলীয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স বনাম নেদাৰলেণ্ডৰ বিজয়ী দলৰ বিৰুদ্ধে ভাৰতে খেলিব। উক্ত মেচখনত যদি দীপিকা আৰু অংকিতাই জয়লাভ কৰে তেন্তে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ মুখামুখি হ’ব। আনহাতে, ভাৰতে তৃতীয় স্থান লাভ কৰিলে ছেমি ফাইনেলত চীনৰ বিৰুদ্ধে খেলিব লাগিব।

দলীয় শাখাত ভাৰতীয় ধনুৰ্বিদসকলে ভাল প্ৰদৰ্শন কৰে যদিও ব্যক্তিগত শাখাত বিশেষ ভাল প্ৰদৰ্শন কৰা নাই। অংকিতাই ৬৬৬ পইণ্ট লাভ কৰি ১১ নম্বৰ স্থান দখল কৰে। ২২ নম্বৰ স্থানত আছে ভজন। তেওঁ ৬৫৯ পইণ্ট লাভ কৰে। ৬৫৮ পইণ্ট লাভ কৰি ২৩ নম্বৰ স্থানত আছে দীপিকা।

Tags: PerisOlympics2024পেৰিছঅলিম্পিক2024
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx