ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Paris Olympics 2024 : অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক, শ্বুটিঙত স্বপ্নিলৰ ব্ৰঞ্জৰ পদক লাভ

নিউজ ডেস্কঃ

News Desk by News Desk
August 1, 2024
Reading Time: 1 min read
A A
0
Paris Olympics 2024 : অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক, শ্বুটিঙত স্বপ্নিলৰ ব্ৰঞ্জৰ পদক লাভ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

অলিম্পিকত ভাৰতে (India at the Paris Olympics) লাভ কৰিছে আন এক পদক। ভাৰতৰ স্বপ্নিল কুছালে (Swapnil Kusale)য়ে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (50m rifle three position)ত ব্ৰঞ্জৰ পদক লাভ (Bronze medal) কৰে। ভাৰতে এতিয়ালৈকে লাভ কৰা তিনিওটা পদক শ্বুটিঙৰ পৰাই আহিছে। মনু ভাকেৰ, সৰবজ্যোত সিঙৰ পিছত তৃতীয়টো পদক আহিল স্বপ্নিলৰ হাতেৰে। অলিম্পিকত প্ৰথমবাৰৰ বাবে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত পদক অৰ্জন কৰে ভাৰতে।

ফাইনেলত যোগ্যতা অৰ্জন কৰিলেও বহুতে বিশ্বাস কৰিব পৰা নাছিল যে স্বপ্নিলে এই কঠিন ইভেণ্টৰ পৰা পদক আনিব পাৰিব। তেওঁৰ আৰম্ভণি ইমান নাছিল। প্ৰথমে আছিল ‘নিলিং’ অৰ্থাৎ আঁঠু লৈ গুলী চলোৱা। তাত তেওঁ প্ৰথম ছিৰিজত (পাঁচটা শ্বট) ৫০.৮ ৰান সংগ্ৰহ কৰে। আৰম্ভণিতে নামি যায় সাত নম্বৰলৈ। পৰৱৰ্তী ছিৰিজত স্ক’ৰ অলপ ভাল আছিল, ৫০.৯। তৃতীয় ছিৰিজত তেওঁ ৫১.৬ পইণ্ট সংগ্ৰহ কৰে।

swapnil 1 | ASSAM TIMES POST
ভাৰতৰ স্বপ্নিল কুছালেয়ে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জৰ পদক লাভ

ইয়াৰ পিছত ‘প্ৰ’ন’ অৰ্থাৎ বুকুত ভৰ দি গুলী চলোৱাত তেওঁ প্ৰতিটো ছিৰিজতে ভাল স্ক’ৰ লাভ কৰে। ৫২.৭, ৫২.২ আৰু ৫১.৯ স্ক’ৰ কৰি চতুৰ্থ স্থান দখল কৰে। ইয়াৰ পিছত তেওঁ দুটা ছিৰিজ ‘ষ্টেণ্ডিং’ অৰ্থাৎ ষ্টেণ্ডিং শ্বুটিং কেটেগৰীত ৫১.১ আৰু ৫০.৪ স্ক’ৰ লাভ কৰে। তেতিয়াই তেওঁ তিনি নম্বৰলৈ উঠি আহে আৰু পদকৰ সম্ভাৱনা প্ৰকাশ পায়।

ইয়াৰ পিছতো যুদ্ধ চলি থাকে। এটা শ্বটৰ পিছত আছিল ‘এলিমিনেচন’। অৰ্থাৎ এজনক বাদ দিয়া। তিনি নম্বৰ স্থান অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বান আছিল স্বপ্নিলৰ। প্ৰথম শ্বটত ১০.৪ স্ক’ৰ কৰাৰ পিছত দ্বিতীয় আৰু তৃতীয় শ্বটত ৯.৪ আৰু ৯.৯ স্ক’ৰ কৰে। অৱশ্যে চতুৰ্থ স্থান দখল কৰা খেলুৱৈগৰাকীৰ সৈতে ইমানেই পাৰ্থক্য আছিল যে স্বপ্নিলে তৃতীয় স্থানত থাকি ব্ৰঞ্জৰ পদক লাভ কৰে।

কিন্তু ব্ৰঞ্জৰ পৰা ৰূপৰ পদক লাভ কৰিবলৈ স্বপ্নিলে এটা ভাল শ্বট মাৰিবলগীয়া হৈছিল। তেওঁ ১০.০ স্ক’ৰ কৰে। দ্বিতীয় স্থানত ছেৰহি কুলিশৰ মাজত ০.৬ পইণ্টৰ ব্যৱধান। ফলত ৰূপৰ পদক লাভ কৰিবলৈ কুলিছে ৯.৩ স্ক’ৰ কৰিবলগা হয়। তেওঁ ৯.৯ স্ক’ৰ কৰি ৰূপৰ পদক লাভ কৰে। সোণৰ পদক লাভ কৰে চীনৰ ইউকুন লিউৱে।

Tags: SwapnilKusaleস্বপ্নিলকুছালে
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx