ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Paris Olympics 2024 : ইতিহাস সৃষ্টি আধৰুৱা হৈ ৰ’ল মনুৰ, অলিম্পিকৰ অন্তিম ইভেণ্টত চতুৰ্থ স্থান দখল মনু ভাকেৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2024
Reading Time: 1 min read
A A
0
Paris Olympics 2024 : ইতিহাস সৃষ্টি আধৰুৱা হৈ ৰ’ল মনুৰ, অলিম্পিকৰ অন্তিম ইভেণ্টত চতুৰ্থ স্থান দখল মনু ভাকেৰৰ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

পেৰিছ অলিম্পিক (Paris Olympics)ত তৃতীয়টো পদক লাভ কৰিবলৈ সক্ষম নহ’ল (Could not win the third medal) মনু ভাকেৰে (Manu Bhaker)। ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্ট (Women’s 25m Pistol Event)ত চতুৰ্থ স্থান দখল কৰে। যাৰ বাবে নতুন ইতিহাস সৃষ্টিৰ পৰা তেওঁ বঞ্চিত হৈ ৰ’ল। ভাল আৰম্ভণিৰ পিছতো অষ্টম শৃংখলাৰ বিফলতাৰ বাবে মনুৱে পদক হেৰুৱাবলগীয়া হয়। ইয়াৰ পূৰ্বে দুটাকৈ পদক লাভ কৰাৰ পাছত ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তেওঁক লৈ যথেষ্ট আশাৰ সৃষ্টি হৈছিল।

sp1 | ASSAM TIMES POST
পেৰিছ অলিম্পিকত তৃতীয়টো পদক পৰা বঞ্চিত মনু ভাকেৰ

মনু আৰু হাংগেৰীৰ ভেৰ’নিকা মেজৰ দুয়োগৰাকীয়ে অষ্টম ৰাউণ্ডৰ পিছত ২৮ পইণ্ট লাভ কৰে। কিন্তু টাইব্ৰেকাৰত জয়ী হ’ব নোৱাৰিলে মনু। ভাৰতীয় শ্বুটাৰগৰাকীয়ে পাঁচটা শ্বটৰ ভিতৰত তিনিটা শ্বটত টাৰ্গেটত আঘাত কৰিব নোৱাৰিলে। ফলত তেওঁ চতুৰ্থ স্থানত অন্ত পেলায়। মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ভেৰ’নিকাই। এই ইভেণ্টত দক্ষিণ কোৰিয়াৰ জিন ইয়াঙে সোণৰ পদক লাভ কৰে। আনহাতে, ফ্ৰান্সৰ কেমিল জ্জেস্কিয়ে ৰূপৰ পদক লাভ কৰে।

উল্লেখযোগ্য যে এই ইভেণ্টৰ অন্যতম পদক প্ৰতিদ্বন্দ্বী আছিল মনু। ফাইনেলত তেওঁ দ্বিতীয় স্থান লাভ কৰে। তেওঁ ইয়াঙৰ পৰা ১ পইণ্ট পিছ পৰি আছিল। কিন্তু অষ্টম ছিৰিজত তিনিটা শ্বটত লক্ষচ্যুত হৈ পিছপৰি ৰয়। শেষত তাৰ মূল্য ভৰিবলগা হ’ল। এইবাৰ অলিম্পিকত অন্তিমখন ইভেণ্টত পদক হেৰুৱাই হতাশ হৈ পৰিছে মনু।অৱশ্যে তেওঁ মানি লৈছে যে চাপৰ বাবে তেওঁ আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলে।

Tags: ManuBhakerParisOlympicsপেৰিছঅলিম্পিক
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx