ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Paris Olympics 2024 । অলিম্পিকত অঘটন ঘটালে ভাৰতে, বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈক পৰাস্ত কৰিলে বিনেশ ফ’গাটে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 6, 2024
Reading Time: 1 min read
A A
0
Paris Olympics 2024 । অলিম্পিকত অঘটন ঘটালে ভাৰতে, বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈক পৰাস্ত কৰিলে বিনেশ ফ’গাটে

Oplus_0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

চলিত পেৰিছ অলিম্পিকত অঘটন ঘটালে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে (Vinesh phogat)। তেওঁ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ এক নম্বৰ স্থানৰ তথা যোৱাবাৰৰ স্বৰ্ণ বিজয়ী ইউ ছুছাকিক পৰাস্ত কৰে। অন্তিম মুহূৰ্তত বিনেশে জয়লাভ কৰে।

Paris Olympics 2024 ।
বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈক পৰাস্ত কৰিলে বিনেশ ফ’গাটে:

মেচৰ সমগ্ৰ সময়খিনি তেওঁ পিছপৰি আছিল। বিনেশ ৩-২ পইণ্টৰ ব্যৱধানত জয়ী হয়। উল্লেখ্য যে যোৱা বছৰ ভাৰতীয় মল্লযুঁজৰ ক্ষেত্ৰখনত অস্থিৰতাই বিৰাজ কৰিছিল।

তদানীন্তন মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ মহিলা মল্লযুঁজাৰুৰ ওপৰত অত্যাচাৰ বিৰোধী আন্দোলনৰ অন্যতম নেতা আছিল বিনেশ। দিল্লীৰ যন্তৰ-মন্তৰত দীৰ্ঘদিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল তেওঁলোকে। অলিম্পিকৰ ঠিক আগৰ বছৰটোত ইয়াৰ বাবেই প্ৰস্তুতিৰ বহু সময় ব্যয় হয়।

অৱশেষত ব্ৰীজভূষণে পদত্যাগ কৰাত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনত সভাপতি নিৰ্বাচিত হোৱা সঞ্জয় সিঙৰ ওপৰতো বিনেশ সুখী নাছিল। কিন্তু অলিম্পিকৰ প্ৰস্তুতিৰ বাবে তেওঁ প্ৰতিবাদ কৰিব বিচৰা নাছিল। বিনেশে বিদেশলৈ গৈ প্ৰস্তুতি চলায়।

অৱশ্যে ব্ৰীজভূষণৰ বিৰুদ্ধে আন্দোলনৰত বজৰং পুনিয়া আৰু সাক্ষী মালিকে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কিন্তু বিনেশে যেন এই জয়েৰে উপযুক্ত প্ৰত্যুত্তৰ দিলে।

Tags: অলিম্পিকত অঘটন ঘটালে ভাৰতেকৰিলে বিনেশ ফ’গাটেবিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈক পৰাস্ত
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ
National-International

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026
50
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ
National-International

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

May 6, 2026
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

May 6, 2026
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx