ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Rape and Murder Case I আৰ জি কৰৰ নিৰ্যাতিতাৰ নাম আৰু ছবি প্ৰকাশৰ লগতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2024
Reading Time: 1 min read
A A
0
RG Kar Rape and Murder Case I আৰ জি কৰৰ নিৰ্যাতিতাৰ নাম আৰু ছবি প্ৰকাশৰ লগতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, এজনক গ্ৰেপ্তাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

আৰ জি কৰ হাস্পতাল (RG Kar Hospital)ত নিহত চিকিৎসকৰ নাম আৰু ছবি প্ৰকাশ (Name and photograph of the deceased doctor was released) কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি (Mamata Banerjee receives death threats) দিয়াৰ অভিযোগত তালতলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ (One person arrested) কৰা হৈছে। ইনষ্টাগ্ৰাম পোষ্টৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। সোমবাৰে তালতলা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত তালতলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই ‘কিৰ্টিছ’চিয়েল’ নামৰ এটা হেণ্ডেলৰ পৰা ইনষ্টাগ্ৰামত আৰ জি কৰ কাণ্ডৰ সৈতে জড়িত কেইবাটাও পোষ্ট কৰিছিল। তিনিওটা পোষ্টতে জানিব পৰা গৈছে ভুক্তভোগীৰ নাম আৰু ফটো। এই পোষ্টবোৰ যথেষ্ট আপত্তিজনক বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি আন দুটা পোষ্টৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হয়। এই পোষ্ট দুটাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক আৰু গালি-গালাজৰ মন্তব্য প্ৰকাশ পাইছিল। অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।

ইনষ্টাগ্ৰাম পোষ্টৰ ভিত্তিত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা পোষ্টসমূহ অতি উত্তেজক আছিল। যিকোনো সময়তে সেই মন্তব্যৰ ভিত্তিত সামাজিক অশান্তি আৰু আন্তঃগোষ্ঠীয় হিংসা বিয়পিব পাৰে। আৰক্ষীয়ে অভিযুক্তৰ জেৰা অব্যাহত ৰাখিছে।

Tags: MamataBanerjeeRGKarRapeCaseআৰজিকৰমমতাবেনাৰ্জী
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT