ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Haryana Elections 2024 : হাৰিয়ানাৰ নিৰ্বাচনত বিনেশ ফোগাটৰ বিৰুদ্ধে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2024
Reading Time: 1 min read
A A
0
Haryana Elections 2024 : হাৰিয়ানাৰ নিৰ্বাচনত বিনেশ ফোগাটৰ বিৰুদ্ধে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

হাৰিয়ানাৰ আগন্তুক বিধানসভা নিৰ্বাচন (Haryana Assembly Elections)ত কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাট (Congress candidate Vinesh Phogat)ৰ বিৰুদ্ধে (against) যুঁজিব বিজেপিৰ যোগেশ বৈৰাগী (BJP’s Yogesh Bairagi)য়ে। আজি বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন ২১ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। ঘোষিত তালিকাত আটাইতকৈ বিশেষ প্ৰাৰ্থীজন হৈছে কেপ্টেইন যোগেশ বৈৰাগী। জুলানা সমষ্টিত বিনেশৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে কেপ্টেইন যোগেশ বৈৰাগী হৈছে বিজেপিৰ হাৰিয়ানা যুৱ শাখাৰ ৰাজ্যিক উপ-সভাপতি। তেওঁ হাৰিয়ানা বিজেপি স্প’ৰ্টছ চেলৰো সহ-আহ্বায়ক।

Phogot 12 | ASSAM TIMES POST
হাৰিয়ানাৰ নিৰ্বাচনত বিনেশ ফোগাটৰ বিৰুদ্ধে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী যোগেশ বৈৰাগী (বাঁওফালে)

উল্লেখ্য যে অহা ৫ অক্টোবৰত অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন। ৮ অক্টোবৰত ঘোষণা হ’ব ফলাফল। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাৰ প্ৰথম পৰ্যায়ত বিজেপিয়ে ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। আজি ঘোষণা কৰা হয় বাকী ২১ জন প্ৰাৰ্থীৰ নাম।

Tags: HaryanaElectionsVineshPhogatবিনেশফোগাটহাৰিয়ানাৰনিৰ্বাচন
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT