ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Haryana Elections 2024 : ঘোঁৰাত উঠি ভোট দিবলৈ গʼল বিজেপি সাংসদ, কিন্তু কিয়?

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2024
Reading Time: 1 min read
A A
0
Haryana Elections 2024 : ঘোঁৰাত উঠি ভোট দিবলৈ গʼল বিজেপি সাংসদ, কিন্তু কিয়?

New Logo Smal | ASSAM TIMES POST
ঘোঁৰাত উঠি (Riding a horse) ভোট দিবলৈ যায় (Goes to vote) বিজেপিৰ সাংসদ নবীন জিন্দালে (BJP MP Naveen Jindale)। শনিবাৰে হাৰিয়ানাত চলি আছে বিধানসভা নিৰ্বাচন। ঘোঁৰাত উঠি কুৰুক্ষেত্ৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে সাংসদগৰাকীয়ে। ভোট দিবলৈ ওলাই গৈ তেওঁ কয়, “মই ঘোঁৰাত উঠি ভোট দিবলৈ আহিছো। কাৰণ ইয়াক শুভ বুলি গণ্য কৰা হয়।” তাৰ পিছত সাংসদগৰাকীয়ে কয়, “মোৰ মাতৃ সাবিত্ৰী জিন্দালে হিছাৰৰ পৰা যুঁজিছে। তাত তেওঁ উন্নয়ন কৰিব বিচাৰে। এতিয়া ৰাইজে ল’ব সিদ্ধান্ত।” তেওঁ লগতে কয়, “নিৰ্বাচনক লৈ মানুহৰ মাজত উৎসাহ দেখিছোঁ৷ সকলোৱে ভোট দি আছে। আশাকৰো ইয়াৰ ৰাইজে বিজেপিক আশীৰ্বাদ দিব। হাৰিয়ানা (Haryana)ই বিজেপিক ভোটেৰে উপচাই দিব। পুনৰ মুখ্যমন্ত্ৰী হ’ব নয়ব সিং ছাইনী।”

RELATED POSTS

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

bjp | ASSAM TIMES POST
ঘোঁৰাত উঠি ভোট দিবলৈ গʼল বিজেপি সাংসদ নবীন জিন্দালে

উল্লেখ্য, পুৱা ৭ বজাৰ পৰা হাৰিয়ানাত চলি আছে ভোটগ্ৰহণ। সন্ধিয়া ৬ বজালৈকো চলিব। এই নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা দুই কোটিতকৈও অধিক। মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৯৬ লাখ। প্ৰাৰ্থীৰ সংখ্যা ১০৩১ গৰাকী । মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২০৬২৯টা। আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীও নিৰাপত্তাৰ দায়িত্ব আছে। ৩০ হাজাৰৰো অধিক আৰক্ষী জোৱান আৰু কেন্দ্ৰীয় বাহিনীৰ ২২৫টা কোম্পানীক ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে।

Tags: HaryanaElectionsNaveenJindaleনবীনজিন্দাল
Share4Tweet3Send

Related Posts

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx