ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Bomb Threat in Vistara Flight I এইবাৰ ভিষ্টাৰা বিমানত বোমাতঙ্ক, লণ্ডনৰ সলনি যাত্ৰী নমালে জাৰ্মান চহৰত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 19, 2024
Reading Time: 1 min read
A A
0
Bomb Threat in Vistara Flight I এইবাৰ ভিষ্টাৰা বিমানত বোমাতঙ্ক, লণ্ডনৰ সলনি যাত্ৰী নমালে জাৰ্মান চহৰত

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিস্তাৰা বিমানত (Vistara) বোমাতঙ্ক। যাৰ বাবে জাৰ্মানীৰ ফ্ৰেংকফৰ্টত নমাই দিয়া হয় যাত্ৰীসকলক। প্ৰয়োজনীয় সুৰক্ষা পৰীক্ষাৰ অন্তত বিমানখনক পুনৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে বিগত কিছুদিনত ৪০ খনতকৈও অধিক ভাৰতীয় বিমানে বোমাৰ ভাবুকি লাভ কৰিছে।

Bomb Threat in Vistara Flight I
এইবাৰ ভিষ্টাৰা বিমানত বোমাতঙ্ক, লণ্ডনৰ সলনি যাত্ৰী নমালে জাৰ্মান চহৰত:

শুকুৰবাৰে পুৱা দিল্লীৰ পৰা লণ্ডন অভিমুখে ৰাওনা হৈছিল ভিষ্টাৰাৰ বিমান UK17। কিন্তু মাজআকাশত বোমাৰ ভাবুকি পাইলটৰ কাণত পৰে। ছ’চিয়েল মিডিয়াত বিয়পি পৰে বিমানখনত বোমা থকা বুলি। ফলত যাত্ৰীসকলৰ সুৰক্ষাৰ কথা বিবেচনা কৰি পাইলটে জৰুৰীকালীন অৱতৰণৰ সিদ্ধান্ত লয়। যাৰ বাবে জাৰ্মানীৰ ওচৰৰ ফ্ৰেংকফৰ্ট চহৰত অৱতৰণ কৰে বিমানখন।

শনিবাৰে পুৱা বিমান সংস্থাটোৱে জনোৱা মতে, লণ্ডন অভিমুখী বিমানখন নিৰ্বিঘ্নেই ফ্ৰেংকফৰ্টত অৱতৰণ কৰে। চলি আছে নিৰাপত্তা পৰীক্ষা। নিৰাপত্তা সংস্থাৰ পৰা সেউজ সংকেত পোৱাৰ পিছত বিমানখনে পুনৰ লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰিব।

উল্লেখ্য, শুকুৰবাৰে এখন ঘৰুৱা বিমানেও বোমাৰ ভাবুকি লাভ কৰিছিল। বেংগালুৰুৰ পৰা মুম্বাইগামী আলাস্কা এয়াৰৰ QP1366 বিমানখনলৈ উৰণৰ কিছু মুহূৰ্তৰ পূৰ্বে এই ভাবুকি আহিছিল। উক্ত বিমানখনতো বোমা থকাৰ খবৰ পোৱা গৈছিল। সেই সময়ত সকলো যাত্ৰী বিমানত উঠিছিল।

কিন্তু খৰধৰকৈ তেওঁলোকক বিমানৰ পৰা নমাই দিয়া হয়। ইয়াৰ পিছতে বিমানবন্দৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে বিমানখনত তালাচী চলায় যদিও তাত অৱশ্যে কোনো বোমা পোৱা নগ’ল। পিছত বিমানখনে যাত্ৰীসকলৰ সৈতে উৰা মাৰে।

Tags: এইবাৰ ভিষ্টাৰা বিমানত বোমাতঙ্কজাৰ্মান চহৰতলণ্ডনৰ সলনি যাত্ৰী নমালে
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx