ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ভাষা গৌৰৱ সপ্তাহ : পদ্মশ্ৰী ধনেশ্বৰ ইংতিকে ধৰি ২২ গৰাকীকৈ সাহিত্যিক শিল্পীক সম্বৰ্ধনা 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 3, 2024
Reading Time: 1 min read
A A
0
ডিফুত ভাষা গৌৰৱ সপ্তাহ : পদ্মশ্ৰী ধনেশ্বৰ ইংতিকে ধৰি ২২ গৰাকীকৈ সাহিত্যিক শিল্পীক সম্বৰ্ধনা 

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

দেওবাৰে দিনৰ প্ৰায় ১২ বজাত ভাষা গৌৰৱ সপ্তাহ উদযাপন সমিতিৰ উদ্যোগত ডিফুৰ লাংকুং হাবে ছাৰচিং টেৰণ মেমৰিয়েল টাউন হলত ভাষা গৌৰৱ সপ্তাহ উদ্ধোধনী কাৰ্যসূচী উদযাপন কৰা হয় ৷ ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অনুষ্ঠিত হব লগীয়া আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি জাতীয় সংগীতেৰে কাৰ্যসূচীৰ শুভাৰম্ভনি কৰা হয় ৷

ডিফুত ভাষা গৌৰৱ সপ্তাহ : পদ্মশ্ৰী ধনেশ্বৰ ইংতিকে ধৰি ২২ গৰাকীকৈ সাহিত্যিক শিল্পীক সম্বৰ্ধনা 
ডিফুত ভাষা গৌৰৱ সপ্তাহ : পদ্মশ্ৰী ধনেশ্বৰ ইংতিকে ধৰি ২২ গৰাকীকৈ সাহিত্যিক শিল্পীক সম্বৰ্ধনা 

কাৰবি আংলং জিলাৰ প্ৰতিথযশা সাহিত্যিক পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, লেখক সাংবাদিক বৰচিং ৰংফাৰকে ধৰি ২২ গৰাকীকৈ লেখত লবলগীয়া সাহিত্যক শিল্পীক আনুষ্ঠানিক ভাবে পহ’ আৰু প্ৰশস্তি পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিছাপে থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী ৷

6e22f1f3 1807 4206 8e6b 3b17e9bc9df8 | ASSAM TIMES POSTনিজৰ ভাষণ প্ৰসংগত জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিছাপে স্বীকৃতি পোৱাত চৰকাৰক শলাগ লয় ৷ অসমীয়া ভাষা সাহিত্যৰ প্ৰাচীন ইতিহাসক সোঁৱৰি আমাৰ পূৰ্ব পুৰুষ সকলে উকিত ভাষাক উচ্চতম শিখৰলৈ নিয়াৰ নিৰন্তৰ প্ৰয়াস, দৰ্শন আৰু দুৰদৰ্শী সপোনৰ বাবে ভাষাটোৱে স্বীকৃতি লাভ কৰিছে বুলি মন্তব্য কৰে ৷ আনহাতে আজিৰ অনুষ্ঠানত সম্বৰ্ধিত প্ৰায় গৰাকী সাহিত্যিক শিল্পীয়ে ভাষা উত্তৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি কয় ৷

Tags: অনুষ্ঠানঅসমীয়া ভাষাউদ্ধোধনী কাৰ্যসূচীউষ্ম সম্বৰ্ধনাকাৰবি আংলংকেচিএছগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান.চৰকাৰৰ শলাগছাৰচিং টেৰণ মেমৰিয়েল টাউন হলজাতীয় সংগীতজিলা আয়ুক্ত নিৰলা ফাংচপীয়েডিফুৰদেওবাৰেধ্ৰুপদী ভাষাপূৰ্ব পুৰুষবিলিমোহন খাকলাৰীভাষা উত্তৰণভাষা গৌৰৱ সপ্তাহভাষা সাহিত্যৰ ইতিহাসলাংকুং হাবেলেখক সাংবাদিক বৰচিং ৰংফাৰসভাপতি চন্দ্ৰছিং ক্ৰ\'সাহিত্য শিল্পীসাহিত্যিক পদ্মশ্ৰী ধনেশ্বৰ ইংতিসাহিত্যিক শিল্পীস্বায়ত্তশাসিত পৰিষদ৩ নৱেম্বৰ৯ নৱেম্বৰ
Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT