ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin recovered : লাহৰিজানত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰইনসহ এজনক আটক আৰক্ষীৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
November 9, 2024
Reading Time: 1 min read
A A
0
Heroin recovered : লাহৰিজানত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰইনসহ এজনক আটক আৰক্ষীৰ

New Logo Smal 2 | ASSAM TIMES POST
শনিবাৰে দিনৰ প্ৰায় ১ বজাত এক গোপন খবৰৰ ভিত্তিত খটখটী থানা এলেকাৰ লাহৰিজান নতুন বস্তি (Lahrijan Newbasti)ৰ ৰজনা বেগম (Rajna Begum) নামৰ এগৰাকী মহিলাৰ বাসগৃহত তালাচী বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Heroin recovered) কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ আৰক্ষীয়ে বাসগৃহৰ পৰা ৩০’৫৯০ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে৷

RELATED POSTS

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Lahari | ASSAM TIMES POST
লাহৰিজানত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰইনসহ এজনক আটক আৰক্ষীৰ

আৰক্ষীয়ে এই সন্দৰ্ভত খটখটী থানা (Khatkhati Thana) এলেকাৰ ছানডে মাৰ্কেট নিৱাসী ৰাম বাহাদুৰ ছেত্ৰীৰ পুত্ৰ বিকাশ ছেত্ৰী (২৭)ক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Tags: heroinrecoveredহেৰ'ইনউদ্ধাৰ
Share4Tweet3Send

Related Posts

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
ADVERTISEMENT
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT