ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Mother killed baby । ডেৰ বছৰীয়া শিশুক বলি দি কলিজা খালে মাতৃয়ে!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2024
Reading Time: 1 min read
A A
0
Mother killed baby । ডেৰ বছৰীয়া শিশুক বলি দি কলিজা খালে মাতৃয়ে!

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

ক’লা যাদুৰ বলি হৈ এটি ডেৰ বছৰীয়া শিশুক বলি দি বুকু ফালি কলিজা উলিয়াই আনি খালে মাতৃয়ে (Mother Killed Baby)। তাৰ পিছত তান্ত্ৰিককো প্ৰসাদ হিচাপে খুৱালে সেই মাংস। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ পালামৌৰ খাদৰপাৰ গাঁৱত।

Mother killed baby ।
ডেৰ বছৰীয়া শিশুক বলি দি কলিজা খালে মাতৃয়ে!:

 মহিলাগৰাকীৰ নাম গীতা দেৱী। জানিব পৰা মতে তেওঁ পালামৌৰ খাদৰপাৰ গাঁৱৰ বাসিন্দা। কেৱল শিশু কন্যাক হত্যা কৰি খোৱাই নহয়, বলিদানৰ পিছত তেওঁ নাচিলে উদ্যম নৃত্য। তেওঁৰ মতে এনে কাম কৰিলে পৰিয়ালটোৰ আৰ্থিক অৱস্থা উন্নত হ’ব। ঈশ্বৰে তেওঁক অলৌকিক শক্তি প্ৰদান কৰিব। 

১২ নৱেম্বৰৰ নিশা সংঘটিত হয় এই নৃশংস ঘটনা। সেইদিনা সন্ধিয়া গাঁওখনৰ বাসিন্দা অৰুণ ৰামৰ পত্নী গীতা দেৱীয়ে শিশুটিক লৈ ঘৰৰ পৰা ওলাই যায়। ফোনত স্বামীক কয় যে তেওঁ স্থানীয় বজাৰলৈ গৈ আছে। গীতাৰ স্বামীয়ে দিল্লীত কাম কৰে। গীতাই শাহুৱেক আৰু চাৰিটা সন্তানৰ সৈতে ঘৰতে থাকে। প্ৰায় মাজনিশা গীতা উলংগ হৈ ঘৰলৈ উভতি আহে।

সেই অৱস্থাত তেওঁক দেখি পৰিয়ালৰ লোকৰ সন্দেহত হয়। তাৰ পিছত পৰিয়ালটোৱে জানিব বিচাৰে ছোৱালীজনী ক’ত আছে। গীতাই প্ৰথমে মুখ খুলিব বিচৰা নাছিল। পিছত হেঁচাত পৰি তেওঁ নিজৰ কন্যাক হত্যা কৰা বুলি কয়। তন্ত্ৰসাধনৰ অংশ হিচাপে সেয়া কৰা বুলি কয়। 

লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে। তাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গীতা দেৱীক। এই নৃশংস কাৰ্যত জড়িত তান্ত্ৰিকক বিচাৰি আছে আৰক্ষীয়ে। জানিব পৰা মতে তান্ত্ৰিকজন বিহাৰৰ সাছাৰামৰ বাসিন্দা। তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে তেওঁ গাঁৱৰ মানুহক প্ৰভাৱিত কৰিছিল।

তেওঁ কৈছিল যে এই সাধনা কৰিলে বহু ফল পোৱা যায়। গীতাদেৱীয়ে আৰক্ষীক জনায় যে যদিহে তেওঁ ধৰা নপৰে, তেন্তে পিছদিনা তেওঁৰ নিজৰ শৰীৰত জন্ম হোৱা শক্তিৰ পৰাই তেওঁ ছোৱালীজনীক বচাব পাৰিলেহেঁতেন। এই ঘটনাত গাঁৱৰ ৰাইজ স্তম্ভিত হৈ পৰে। 

Tags: কলিজা খালে মাতৃয়ে!ডেৰ বছৰীয়া শিশুক বলি দি
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

July 31, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

July 31, 2026
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx