ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Gangster Lawrence Bishnoi I আমেৰিকাত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল, দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2024
Reading Time: 1 min read
A A
0
Gangster Lawrence Bishnoi I আমেৰিকাত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল, দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

লৰেন্স বিষ্ণয়ৰ (Lawrence Bishnoi) কনিষ্ঠ ভাতৃ আনমোল বিষ্ণয় ওৰফে ভানুক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, তেওঁক কেলিফ’ৰ্ণিয়াত আৰক্ষীৰ জিম্মাত লোৱা হৈছে। চোৰাংচোৱা সূত্ৰ মতে, চলিত মাহৰ আৰম্ভণিতে আমেৰিকাত লৰেন্সৰ ভাতৃৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল।

Gangster Lawrence Bishnoi I
আমেৰিকাত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল, দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা:

উল্লেখ্য যে কেইসপ্তাহমান পূৰ্বে মুম্বাই আৰক্ষীয়ে আনমোলক দেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা ছিদ্দিকীক হত্যা কৰাৰ লগতে বলীউডৰ তাৰকা ছলমান খানৰ ঘৰৰ সন্মুখত গুলীচালনাৰ ঘটনাত জড়িত আছিল বিষ্ণয় গেং।

মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি, এই দুয়োটা ঘটনা সংঘটিত হৈছে আনমোলৰ নিৰ্দেশত। তেৱেঁই বহিঃৰাষ্ট্ৰৰ পৰা এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছলমানৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তই গুলীচালনা কৰিছিল। সেই ঘটনাৰ পিছতেই ছলমানৰ ঘনিষ্ঠ সহযোগীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল।

উক্ত তালিকাত প্ৰথম নাম আছিল এনচিপিৰ নেতা ছিদ্দিকীৰ।
উল্লেখ্য যে ছলমানৰ ঘৰৰ সন্মুখত সংঘটিত গুলীচালনাৰ ঘটনাকে ধৰি আনমোলৰ বিৰুদ্ধে মুঠ ১৮টা গোচৰ ৰুজু হৈছে। ২০২২ চনৰ মে’ মাহত পাঞ্জাবী সংগীত শিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতেও তেওঁ জড়িত থকাৰ সন্দেহ কৰা হৈছে।

মুছেৱালাক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্তসকলক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ লৰেন্সৰ ভাতৃৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) ‘ম’ষ্ট ৱাণ্টেড’ তালিকাত আছে আনমোল। শেহতীয়াকৈ এন আই এয়েও ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।

২০১৫ চনৰ পৰা গুজৰাটৰ সাবৰমতী কাৰাগাৰত বন্দী হৈ আছে লৰেন্স। আৰক্ষীৰ সূত্ৰ অনুসৰি, আনমোলে তেওঁৰ হৈ বিষ্ণয় গেঙৰ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ চম্ভালি আছে। যোৱা মাহত আৰক্ষীয়ে তেওঁক দেশলৈ ঘূৰাই অনাৰ অনুমতি বিচাৰি মুম্বাইৰ নিম্ন আদালতত আবেদন কৰিছিল। এই গোচৰত আৰক্ষীয়ে আদালতত ছলমানৰ ঘৰৰ সন্মুখত গুলীচালনাৰ ঘটনাও বিশেষভাৱে উল্লেখ কৰে।

ঘটনাৰ তদন্ত আৰম্ভ হোৱাৰ পৰাই আৰক্ষীয়ে আনমোলৰ কোনো সন্ধান পোৱা নাছিল। পলাতক বুলি চিহ্নিত কৰা হৈছিল। শেহতীয়াকৈ এই সন্দৰ্ভত কিছু নিৰ্দিষ্ট তথ্য মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ হাতলৈ আহিছিল। ইয়াৰ পিছত তদন্তকাৰীয়ে উদ্যোগ লৈ তেওঁক দেশলৈ ঘূৰাই আনিবলৈ উদ্যোগী হয়।

Tags: আমেৰিকাত গ্ৰেপ্তাৰদেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টালৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx