ASSAM TIMES POST
শিৱসাগৰ : অসম পৰ্যটনৰ বাবে নিৰ্মান কৰা এখন বিশেষ তথ্য চিত্ৰৰ বাবে এটা বিশাল ইউনিটৰ সৈতে আহি ৰংঘৰ বাকৰিত উপস্থিত হৈছে কৰিশ্মা তন্না।
অসমত অনুষ্ঠিত হব লগা ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰদৰ্শন কৰা হব এই বিশেষ তথ্য চিত্ৰ। সঞ্জু,গ্ৰেণ্ড মষ্টি আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে বিগত দুটা দিনত শিৱসাগৰ জিলাৰ বিভিন্ন মনোৰম লোকেচনত এই তথ্য চিত্ৰ খনৰ শ্বুটিঙ কৰিছে।










