ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ৭০ সংখ্যক বন মহোৎসৱত ১০হাজাৰ বৃক্ষপুলি ৰোপণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই, ডিফু হিলছ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ৫০ হাজাৰ প্ৰাৰ্থীৰ আবেদন, ডিফুত অনুষ্ঠিত হ’ব লিখিত সাক্ষাৎকাৰ 

ASSAM TIMES POST by ASSAM TIMES POST
July 25, 2019
Reading Time: 1 min read
A A
0
ডিফুত ৭০ সংখ্যক বন মহোৎসৱত ১০হাজাৰ বৃক্ষপুলি ৰোপণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই, ডিফু হিলছ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ৫০ হাজাৰ প্ৰাৰ্থীৰ আবেদন, ডিফুত অনুষ্ঠিত হ’ব লিখিত সাক্ষাৎকাৰ 

ডিফুত ৭০ সংখ্যক বৃক্ষৰোপন কাৰ্যসূচীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ASSAM TIMES POST,ডিফুঃ আজি ডিফু হিল্ছ মেডিকেল কলেজ ও গৱেষণা কেন্দ্ৰৰ প্ৰাঙ্গনত ৭০ সংখ্যক বন মহোৎসৱত ১০ হাজাৰ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্য চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ৷

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

ডিফু হিলছ মেডিকেল কলেজৰ চৌপাশে বিশুদ্ধ অক্সিজেনৰ পৰিবেশ গঢ়ি তোলাৰ সপোনলৈ আৰম্ভ কৰা কাৰ্যসূচীত ভাষণ প্ৰসংগত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ অনান্য চিকিৎসা মহাবিদ্যালয়ৰ দৰে ডিফু চিকিৎসা মহাবিদালয় প্ৰাংগণ বিভিন্ন গছ- গছনিৰ লগতে বিভিন্ন ঔষধি গছপুলি ৰোপণ কাৰ্য এক সৌভাগ্যৰ বিষয়৷ অহা নৱেম্বৰ মাহত মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহিব তাৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয় খনৰ ৩০০ খন বিছনাযুক্ত হাস্পাতলৰ কাম-কাজ কৰিব লাগিব ৷ পৰিদৰশনৰ পিছত MCI য়ে মহাবিদ্যালয় খনৰ অনুমতি প্ৰদান কৰিব ৷

DR HIMANTA BISWA SARMA AT DIPHU | ASSAM TIMES POST
ডিফুত ৭০ সংখ্যক বৃক্ষৰোপন কাৰ্যসূচীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

সেয়ে যুদ্ধকালীন গতিৰে কাম সমূহ কৰি থকা হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰি কামৰ খতিয়ান ল’বলৈ অহা বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যাপক, অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়াও অতি শীঘ্ৰে আৰম্ভ কৰা হব৷ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়া একাংশ প্ৰত্যক্ষ ভাবে কৰাৰ বিপৰীতে একাংশ আন মহাবিদ্যালয়ৰ পৰা পদোন্নতি ক্ৰমে, কৰি অনা হব বুলি কয়৷

চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক সাক্ষাতকাৰত সৰহ সংখ্যক থলুৱা ভাষা জনা যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ’ব ৷ আনহাতে মেডিকেল কলেজ খনৰ নাম ভৰ্তিৰ ক্ষেত্ৰত এশখন আসনৰ ১৫খন ভাৰত চৰকাৰৰ বাবে সংৰক্ষিত থাকিব। বাকী আসনত অসম তথা কাৰবি আংলঙৰ ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ণ কৰাৰ সুবিধা পাব বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে অহা নৱেম্বৰ মাহৰ পিছৰপৰা অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত ডিফুত কৰ্কটৰোগ চিকিৎসালয়ো স্থাপন কৰা হ’ব আৰু ইয়াৰ বাবে ইতিমধ্যে ভূমি আবণ্টণ পোৱা গৈছে বুলি জনায় ৷ ইফালে মন্ত্ৰী ছুম ৰংহাঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও মূল্যবান ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে আজি স্থলপথেৰে ডিফুলৈ অহা মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ডিফু অসম ৰাইফলছৰ ১ নং গেটৰ ওচৰত কাৰবি আংলং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে ডিফু মীন বিভাগৰ মুখ্য কাৰ্যালয়ৰ ওচৰত এখনি আটক ধুনীয়া আৰু মনোমোহা মৎস্য উদ্যানৰ শুভ উদ্ধোধন কৰে ৷

Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx