ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি

ASSAM TIMES POST by ASSAM TIMES POST
January 27, 2020
Reading Time: 1 min read
A A
1

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

অজন্তা তালুকদাৰ, বোকাখাতঃ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন উপলক্ষ্যে ৰচনা কৰা শীৰ্ষ গীতি-কবিতাটিৰ ভিডিঅ’ এলবামটিৰ যোৱা ২৬ জানুৱাৰীত অধিবেশনথলী বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰি দিয়া হয়।

IMG 20200127 WA0161 | ASSAM TIMES POST

অধিৱেশনলৈ অহা লক্ষ লক্ষ ভকত বৈষ্ণৱে বোকাখাত অঞ্চলৰ সামগ্ৰিকভাৱে এক সম্যক ধাৰণা বুকুত বান্ধি লৈ যাব পৰাকৈ অঞ্চলটোৰ সকলো ঐতিহ্য সামৰি উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’ এলবামটি।

IMG 20200127 WA0162 | ASSAM TIMES POSTবিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা, কাকচাঙৰ জলপ্ৰপাত, নুমলীগড়ৰ সপ্তদশ শতিকাৰ দেওপাহাৰৰ শৈল-ভাস্কৰ্য আদি পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰি, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী শ্বহীদ বেজা বৈষ্ণৱ, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ সকলৰ ভিতৰত একে লগে একে ঠাইতে একে সময়তে গুলিয়াই নিহত কৰা সপ্ত শ্বহীদৰ অৱদান, কাৰ্গিল যুদ্ধৰ শ্বহীদ জিন্তুু গগৈ আৰু প্ৰশান্ত শইকীয়া, প্ৰথম অসমীয়া চলচ্চিত্ৰ

‘জয়মতী’ৰ নাম ভুমিকাত অভিনয় কৰা পানিদিহিঙীয়াৰ আইদেউ সন্দিকৈ, ৰাজমাওৰ ভুমিকাত অভিনয় কৰা মহুৰা মুখৰ মোহিনী ৰাজকুমাৰী, তথা বিভিন্ন ঐতিহাসিক সত্ৰ, মঠ, মন্দিৰ, মছজিদ, তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি বোকাখাতৰ এটি চমু আলোকপাত কৰাৰ প্ৰয়াস কৰা শীৰ্ষ গীতি কবিতাটিৰ সামগ্ৰিক পৰিকল্পনা, ৰচনা, পৰিচালনা প্ৰদীপ কুমাৰ বৰাৰ। IMG 20200127 WA0160 | ASSAM TIMES POSTসহযোগী অৰুণ গগৈ, বীৰেন দাস আৰু অনুপ তামুলী। সামগ্ৰিক ব্যৱস্থাপনা প্ৰদ্যুত মহন্তৰ। মুখ্য পৰামৰ্শ দাতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য আৰু গৱেষণা পৰিষদৰ সদস্য শোভন চন্দ্ৰ শইকীয়া, অসম সাহিত্য সভাৰ মাতৃ ভাষা, ৰাজ্য ভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমেন চন্দ্ৰ হাজৰিকা। গীতাংশত কণ্ঠ দান কৰিছে আচুৰ্য বৰপাত্ৰ গোঁহাই, অৰুণ গগৈ, জানমনি ফুকন, অংকিতা লহকৰ আৰু পংখী দত্তই। কবিতা অংশত প্ৰদীপ কুমাৰ বৰা আৰু অৰ্চিমনি বুঢ়াগোহাঁয়ে। সংগীত ব্যৱস্থাপনা জানমনি ফুকন, বীৰেণ দাস, আৰু মাধুৰ্য শইকীয়াৰ আৰু সহযোগিতা কৰিছে বিতোপন গগৈ, IMG 20200127 WA0163 | ASSAM TIMES POSTআকাশজ্যোতি দাস, বিশ্বজিৎ গগৈ, আৰু মনজিৎ ৰাজবংশী। বোকাখাতৰ এন বি ডিজিটেলত প্ৰথমিক পৰ্যায়ত নবজিত বৰাই বাণীবদ্ধ কৰা গীতটিৰ আৰ কে ডিজিটেল শিৱসাগৰ নাজিৰা বালিঘাটত চূড়ান্ত বাণীবদ্ধ কৰে ৰাজোত্তম বৰাই। ভিডিঅ’টিৰ চিত্ৰ গ্ৰহণ আৰু সংগ্ৰহ কৌস্তভ জ্যোতি বৰাৰ, সম্পাদনা পাপু ৰহমানৰ। ২৬ জানুৱাৰী তাৰিখে ৰাইজলৈ বুলি আগবঢ়োৱা শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’টিয়ে ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx