ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

আজিৰে পৰা আনুষ্ঠানিক ভাবে শুভাৰম্ভ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ

ছাইদুল ইছলাম:ডিফু 

ASSAM TIMES POST by ASSAM TIMES POST
February 16, 2025
Reading Time: 1 min read
A A
0
আজিৰে পৰা আনুষ্ঠানিক ভাবে শুভাৰম্ভ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

উত্তৰ-পূৰ্বাঞ্চলৰ অতিকৈ পুৰণি সৰ্ব বৃহৎ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ অন্তিম ক্ষণত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷ ৰংমিলিৰ হাঁহিৰ দেশত উৰিল কাৰবি লোক কৃষ্টি সংস্কৃতিৰ সাংস্কৃতিক বিজয় ধ্বজা ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা জন-জাতীয় নৃত্য গীতেৰে উদ্ভাসিত হ’ল তাৰলাংচৰ বাকৰি ৷ কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাসেৰে আমোল মোলাইছে কাৰবি সাংস্কৃতিক প্ৰকল্প  ৷

480029458 1194942665965552 6280868455158011302 n | ASSAM TIMES POSTজিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত  কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম  হৈছে ৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ,  ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চ সমূহ বিভিন্ন আলোক সজ্জাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি  যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷

480328118 1194940665965752 4438780283374215886 n | ASSAM TIMES POSTগৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ গৰকা কাৰবি যুৱ মহোৎসৱটি এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব    প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি নথেংপি ( প্ৰাসাদ)৷  বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ টা মাণ্ডলিক কমিটিৰ ৫ সহস্ৰাধিক শিল্পীয়ে হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি,  পুৰুষৰ গাত চইক’ চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই তাৰালাংচৰ হেমফু মুক্ৰাঙৰ পৰা পতাকা উত্তোলন থলীত উপস্থিত হয়
সাংস্কৃতিক শোভা যাত্ৰাৰ নেতৃত্ব বহন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷ 

480234276 1194942879298864 8474162416431701252 n | ASSAM TIMES POSTইয়াৰ পূৰ্বে কাৰবি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পন কৰে কেচিএছৰ সভাপতি সম্পাদকদমবয় ক্ৰমে, চন্দ্ৰছিং ক্ৰ’ আৰু বিদ্যাছিং ৰংপিয়ে ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰই ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত  কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্যকাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে ৷

ইয়াৰোপৰি কাৰবি ৰজা লংচিং ৰংহাঙ, লিনডকপ’ চিণ্ঠং ৰংবং, লিনডকপ’ আমৰি ৰংবং, ডুমৰা ৰজা হলিচিং ৰংহাঙ, সাংসদ হৰেণছিং বে’,  বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰচিং ৰংহাঙ,পদ্মশ্ৰী ধনেশ্বৰ ইংতি,  কাৰবি লোক-কৃষ্টি সংস্কৃতিৰ গৱেষক লুণছে তিমুঙ, কেচিএছৰ প্ৰতিষ্ঠাপক সম্পাদক ৰয় ইংহি , কাৰবি লাম্মেট আমেইৰ সভাপতি কামচিং হাঞ্চে, কেচিএছৰ প্ৰাক্তন সভাপতি লৰেন্স টেৰণ প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ সভাপতি-সম্পাদক আৰু নেতা কৰ্মী উপস্থিত থাকে ৷

আনহাতে টয়টা পেভিলিয়নৰ উদ্ধোধন কৰে চিইএম তুলিৰাম ৰংহাঙে ইয়াৰ পিছত ক্ৰমান্বয়ে চেংপি প্ৰতিযোগিতা, কাৰবি পৰাম্পৰাগত বজাৰ ,বোৱা কটা প্ৰদৰ্শনী ও বিক্ৰি কেন্দ্ৰ, বিভাগীয় প্ৰদৰ্শনী, জনগোষ্ঠীয় গাওঁ, বজাৰ, মঞ্চ সমূহৰ শুভ উদ্ধোধন কৰা হয় ৷

Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx