ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I কাৰবি যুৱ মহোৎসৱৰ অন্তিম দিন লোকাৰণ্যত পৰিণত তাৰালাংচ

২১ জানুৱাৰীত বাঁহৰ কেটেপাৰে খোজ কাঢ়ি গিনীজ ৰেকৰ্ডৰ লক্ষ্য

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

যোৱা ১২ জানুৱাৰীৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ আজি অন্তিম দিনা জন অৰণ্যত পৰিণত হয় কাৰবি যুৱ মহোৎসৱস্থলী তাৰালাংচ ৷ অন্তিম দিনা বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিজয়ী হোৱা শিল্পী আৰু মণ্ডল সমূহক বঁটা প্ৰদান কৰা হয় ৷

কাৰবি যুৱ মহোৎসৱৰ অন্তিম দিন লোকাৰণ্যত পৰিণত তাৰালাংচ
কাৰবি যুৱ মহোৎসৱৰ অন্তিম দিন লোকাৰণ্যত পৰিণত তাৰালাংচ:

তাৰালাংচত নৱ নিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহ ছেৰটালিনত এক বিশেষ অনুষ্ঠান যোগে প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰাৰ লগতে বহু ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় লগতে বহু কেইখন গ্ৰন্থও উন্মোচন কৰা হয় ৷

a06f9109 9fd1 4225 af95 9882d9596306 | ASSAM TIMES POSTএই উপলক্ষে হোৱা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে সোণালী জয়ন্তী বৰ্ষৰ সফল সমাপ্তিৰ বাবে জিলাবাসীৰ লগতে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷

6434c5f5 d3cb 45b6 9526 0d69c977bad9 | ASSAM TIMES POSTএইবাৰ অভিলেখ সংখ্যক বিদেশী অতিথিয়ে যুৱ মহোৎসৱ উপভোগ কৰে বুলিও ৰংহাঙে জানিবলৈ দিয়ে ৷ অহা বৰ্ষত পুণৰ ৰাষ্ট্ৰপতিক যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাব বুলিও ৰংহাঙে জানিবলৈ দিয়ে ৷

c106cec3 3251 46e2 9517 ca9d8e6e6720 | ASSAM TIMES POSTৰংহাঙে লগতে কয়যে, অহা ২১ জানুৱাৰীত বাঁহৰ কেটেপাত খোজ কঢ়া ” কেং দংদাং” গিনীজ ৰেকৰ্ড গঁঢ়াৰ প্ৰচেষ্টা চলোৱা হব ৷ বকলীয়া ঘাটৰ বাইপাছত এই অভিলেখ গঢ়াৰ প্ৰচেষ্টা হাতত লোৱা হব বুলি প্ৰকাশ কৰি ৰংহাঙে জিলাবাসীক ইয়াত উপস্থিত থাকিবলৈ আহ্বান জনায় ৷

Tags: কাৰবি যুৱ মহোৎসৱৰ অন্তিমদিন লোকাৰণ্যত পৰিণত তাৰালাংচ
Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT