ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival: সাংস্কৃতি- সমন্বয়ৰ বিজয় ধ্বজা উৰুৱাই তাৰালাংচৰ বাকৰিত আৰম্ভ হ’ল ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ

৫ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰ বৰ্ণময় তাৰালাংছ'ৰ বাকৰি:

News Desk by News Desk
February 16, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

তাৰালাংছৰ পৰা কiমৰুল খানঃ কাৰবি জনজাতিসকলৰ বাৰেৰহণীয়া ক’লা-কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা উৰুৱাই আজিৰে পৰা তাৰালাংচৰ (Taralangso) বাকৰিত আৰম্ভ হ’ল ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ (49th Karbi Youth Festival) ৷ কাৰবি যুৱতীসকলৰ পিনি, পেককৰ খমখমনিত ৰজনজনাই উঠিছে তাৰালাংচৰ চৌদিশ ৷ ইয়াৰ মাজতে আজি কাৰবি ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ দ্বিতীয় দিনা  আনুষ্ঠানিক ভাবে আৰম্ভ হোৱা কাৰবি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰবি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ ৷

তাৰালাংছ
৫ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰ বৰ্ণময় তাৰালাংছ’ৰ বাকৰি:

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু, আংনি,  পুৰুষৰ গাত চইক’ চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই কাৰবি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন থলীত উপস্থিত হয়৷

কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত কাৰবি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদ্ধোধন কৰে  ৷ 

youthP1 1 | ASSAM TIMES POST

কাৰ্যসূচীৰ প্ৰাৰম্ভনিতে কাৰবি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তি শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ লগতে শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ তৰ্পনো কৰা হয় ৷ আজিৰ এই বৰ্ণিল কাৰ্যূসূচীত কাৰবি ৰজা ৰামছিং ৰংহাঙ, ধনেশ্বৰ ইংতিকে প্ৰমুখ্য কৰি শাসক, বিৰোধী আৰু আঞ্চলিক দলৰ বহুকেইগৰাকী ৰাজনৈতিক নেতা-কৰ্মীৰ লগতে জিলাখনৰ দল-সংগঠন সমূহৰ সভাপতি সম্পাদক সকল অতিথি হিচাপে উপস্থিত থাকে ৷

ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল। নৱ ৰূপত প্ৰাণ পাই উঠিছে উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি। কাৰ্বি কালচাৰেল ছচাইটিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবছৰো আজিৰ কাৰ্যসূচী সমূহ তদাৰক কৰে কেচিএছৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷

কাৰবি আংলঙৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কাৰ্বি আংলঙ (Karbi Anglong)ৰ কাৰ্বি কালছাৰেল ছচাইটিৰ অতি কমেও ৩১ টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য অতিথি হিছাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাবে জিলাবাসীক শুভেশ্চা জনায় ৷ অহা বছৰ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জ্বল সোণালী বৰ্ষ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী নিমন্ত্ৰণ জনোৱাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি জানিবলৈ দিছে ৷

Tags: karbi anglongKarbi Youth Festivalকাৰবি যুৱ মহোৎসৱ
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx