ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

New CEC of India : দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 18, 2025
Reading Time: 1 min read
A A
0
New CEC of India : দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

RELATED POSTS

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

New Logo Smal 1 | ASSAM TIMES POST

আজি অৱসৰ ল’ব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। আনহাতে, নিৰ্বাচন আয়ুক্ত বাছনি সমিতিৰ (Election Commissioner Selection Committee) তিনি সদস্য ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সোমবাৰে এক বৈঠকত মিলিত হৈ তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰে। নিশা কেন্দ্ৰৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, নিৰ্বাচন আয়ুক্ত (Election Commissioner) জ্ঞানেশ কুমাৰ (Gyanesh Kumar)ক মুখ্য নিৰ্বাচন আয়ুক্ত (Chief Election Commissioner) হিচাপে নিযুক্তি (Recruitment) দিয়া হৈছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ দৌৰত থকা দুগৰাকী নিৰ্বাচন আয়ুক্তৰ ভিতৰত জ্ঞানেশ অন্যতম আছিল। জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাত তেওঁ যথেষ্ট সহায় কৰিছিল। আনহাতে, জ্ঞানেশ কুমাৰৰ পদত বিবেক যোশীক নিযুক্তি দিয়া হৈছে।

gh 1 | ASSAM TIMES POST
দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

অৱশ্যে বৈঠকত ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়ুক্তক নতুনকৈ নিযুক্তি দিয়াত আপত্তি কৰে। বৰ্তমান বাছনি সমিতিৰ তিনিজন সদস্যৰ ভিতৰত দুজন হৈছে চৰকাৰৰ। সেয়ে ৰাহুল গান্ধীয়ে যুক্তি দিয়ে, “নিৰ্বাচন সমিতিৰ সিদ্ধান্ত সদায় একপক্ষীয় হ’ব।” বিগত সময়ত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা, দেশৰ মুখ্য ন্যায়াধীশৰ বাহিৰেও কমিটীৰ তৃতীয় সদস্য আছিল। কিন্তু সেই নিয়মৰ ঠাইত চৰকাৰে মুখ্য ন্যায়াধীশৰ সলনি তৃতীয় ব্যক্তি হিচাপে কেন্দ্ৰীয় মন্ত্ৰীক অন্তৰ্ভুক্ত কৰে। উক্ত সিদ্ধান্তৰ বিৰুদ্ধে ২২ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। যিহেতু সন্মুখত কোনো নিৰ্বাচন নাই, সেয়ে বৈঠকত ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে যে ইমান সোনকালে মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ কি প্ৰয়োজন?

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumarNewCECofIndiaজ্ঞানেশকুমাৰনতুনমুখ্যনিৰ্বাচনআয়ুক্ত
Share4Tweet3Send

Related Posts

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

by News Desk
September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

53
ADVERTISEMENT
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d