ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

RELATED POSTS

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

New Logo Smal | ASSAM TIMES POST

তেলেংগানা (Telangana) ৰাজ্যিক পথ পৰিবহণ নিগমৰ এজন পৰিচালকে নিজৰ সততাৰে হৃদয় জয় কৰিলে। হায়দৰাবাদত হজযাত্ৰাৰ বাবে ৰাওনা হোৱা এহাল দম্পতীয়ে প্ৰায় ৩ লাখ টকা বাছত পেলাই থৈ গৈছিল। সেই ধন ঘূৰাই পালে তেওঁলোকে। যোৱা ৫ ছেপ্টেম্বৰ শনিবাৰে সংঘটিত হোৱা এই ঘটনাত ছাদনগৰৰ বাসিন্দা ব্যৱসায়ী জাহাংগীৰ আৰু তেওঁৰ পত্নী হায়দৰাবাদলৈ গৈ আছিল। দম্পতীহালে হজলৈ যাবলৈ সাজু হৈছিল। তেওঁলোকৰ লগত নগদ ৩ লাখ টকা আছিল।

বিপুল পৰিমাণৰ ধন হেৰুৱাই চিন্তিত জাহাংগীৰ খৰধৰকৈ বাছ ষ্টেণ্ডলৈ উভতি আহে। আনহাতে, কৰ্তব্যৰত বাছ পৰিচালক সাৰিতাই বাছৰ ভিতৰত থকা বেগটো দেখি লগে লগে তেওঁ বাছ চালকজনক খবৰ দিয়ে। ইয়াৰ পিছত দুয়ো বেগটো সযতনে ৰাখিলে। জাহাংগীৰ বাছ আস্থান আহি পোৱাত সাৰিতা আৰু নৰসিংহুলুৱে তেওঁৰ দাবীৰ সত্যতা পৰীক্ষা কৰি বেগটো তেওঁৰ হাতত তুলি দিয়ে।

bus | ASSAM TIMES POST
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ

এই ঘটনাত টিজিএছআৰটিচিৰ কৰ্মচাৰী দুজনৰ প্ৰশংসাত সকলো পঞ্চমুখ। তেলেংগানাৰ পৰিবহণ মন্ত্ৰী পোন্নম প্ৰভাকৰে কোনো স্বাৰ্থ নোহোৱাকৈ ধনখিনি নিৰাপদে ঘূৰাই দিয়াৰ বাবে কণ্ডাক্টৰ সাৰিতাক ভূয়সী প্ৰশংসা কৰে। ইতিমধ্যে ছচিয়েল মিডিয়াত এটা পোষ্ট দিছে প্ৰভাকৰে। তাত তেওঁ লিখিছে, “ছাদনগৰ আৰটিচি ডিপোৰ কণ্ডাক্টৰ সাৰিতাক তেওঁৰ সততা আৰু দায়িত্বশীল আচৰণৰ বাবে অভিনন্দন জনাইছোঁ।”

তেওঁ লিখিছে, “ৰাজহুৱা পৰিবহণ সংস্থা এটাত কৰ্তব্য পালন কৰাৰ সময়ত এনে সততা আৰু দায়িত্ব প্ৰদৰ্শন কৰাটো সঁচাকৈয়ে প্ৰশংসনীয়। আৰটিচিৰ কৰ্মচাৰীয়ে প্ৰতিদিনে মমতা আৰু আন্তৰিকতাৰে ৰাইজৰ সেৱা আগবঢ়ায়। এনে কৰ্মচাৰীৰ সততা আৰু নিষ্ঠাই সংস্থাটোৰ সুনাম বৃদ্ধি কৰে। কোনো স্বাৰ্থপৰ উদ্দেশ্য নোহোৱাকৈ যাত্ৰীৰ নগদ ধন নিৰাপদে ঘূৰাই দিয়াৰ বাবে কণ্ডাক্টৰ সাৰিতাক অভিনন্দন জনাইছোঁ। আশাকৰোঁ তেওঁৰ সততা আৰু মানৱীয়তাই আৰটিচিৰ আন কৰ্মচাৰীসকলকো অনুপ্ৰাণিত কৰিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

by News Desk
September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
50
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
53
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
51
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
52
ADVERTISEMENT
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026
50
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d