ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

RELATED POSTS

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

New Logo Smal | ASSAM TIMES POST

গাড়ী চুৰিক লৈ উদ্বেগ। সেই ভয়ৰ বাবেই বিহাৰৰ গোপালগঞ্জৰ এটা পৰিয়ালে আচৰিত সিদ্ধান্ত ল’লে। নতুনকৈ ক্ৰয় কৰা স্ক’ৰপিঅ’ (Scorpio car) এখন চুৰিৰ পৰা বচাবলৈ তেওঁলোকে ক্ৰেন ব্যৱহাৰ কৰি গাড়ীখন পোনে পোনে তেওঁলোকৰ ঘৰৰ দ্বিতীয় মহলাৰ ছাদত তুলি দিয়ে।

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে এখন বগা ৰঙৰ স্ক’ৰপিঅ’ ক্লাছিক ক্ৰেন ব্যৱহাৰ কৰি ৰছীৰে ওলোমাই লোৱা হৈছে। গাড়ীখন লাহে লাহে ওপৰলৈ তুলি লোৱা হৈছে। তাৰ পিছত দুমহলীয়া ঘৰটোৰ ছাদত সাৱধানে নমাই দিয়া হয়। জানিব পৰা মতে, গাড়ীখনৰ মালিক মনোজ যাদৱ।

biha | ASSAM TIMES POST
গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

শেহতীয়াকৈ তেওঁ এই গাড়ীখন কিনিছিল। তেওঁ কৰ্মসূত্ৰে ইজৰাইলত থাকে। তেওঁৰ অনুপস্থিতিত গাড়ীখনৰ যত্ন লোৱাৰ দায়িত্ব আছিল এজন চালকৰ। কিন্তু পিছত চালকজনে চাকৰি এৰে। ইয়াৰ পিছতে গাড়ীখনৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ পৰে পৰিয়ালটো। চুৰিৰ ভয়ত অৱশেষত গাড়ীখন ঘৰৰ ছাদত থোৱাৰ সিদ্ধান্ত লোৱা হ’ল। সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ ক্ৰেন ব্যৱহাৰ কৰা হয়। অৱশ্যে ঘৰৰ ছাদত ইমান গধুৰ গাড়ী ৰখাৰ বাবে চাদৰ বোজা বহন ক্ষমতাৰ কোনো তথ্য পোহৰলৈ অহা নাই।

গাড়ীখন ছাদত ৰখাটো কিমান নিৰাপদ সেই সন্দৰ্ভতো কোনো নিৰ্দিষ্ট তথ্য উপলব্ধ নহয়। স্থানীয় ৰাইজৰ দাবী আৰু ভাইৰেল ভিডিঅ’টোৱে ইতিমধ্যে অঞ্চলটোত কৌতুহলৰ সৃষ্টি কৰিছে। ‘ছাদৰ ওপৰত স্ক’ৰপিঅ’ক লৈও ছ’চিয়েল মিডিয়াত বিভিন্ন আলোচনা আৰু ধেমেলীয়া মন্তব্য চলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

by News Desk
September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
50
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
53
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
51
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
52
ADVERTISEMENT
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026
50
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d