ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Holi Celebrations : ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 14, 2025
Reading Time: 1 min read
A A
0
Holi Celebrations : ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

শুকুৰবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত দৌল উপলক্ষ্যে (Holi) ডিফু পুলিছ ৰিজাৰ্ভ নামঘৰত সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ (Namghar Co-ordination Committee) উদ্যোগত দিনযোৰা কাৰ্যসুচীৰ অংশ স্বৰূপে ভাগৱত যাত্ৰা উলিওৱা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত পুলিছ ৰিজাৰ্ভ নামঘৰৰ নামঘৰীয়া প্ৰফুল্ল নামঘৰৰ দ্বাৰা প্ৰাতঃ নাম প্ৰসংগ, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে সদৌ ডিফু নামঘৰ (Diphu Namghar) সমন্বয় ৰক্ষী সমিতিৰ সভাপতি কমলেশ্বৰ ডেকা ৰজাই৷

diphu 1 | ASSAM TIMES POST
ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

ইয়াৰ পিছতেই ক্ৰমে, স্মৃতি তৰ্পন, বৃক্ষৰোপন, দেৱ বাদ্য বাদন, ভাগৱত যাত্ৰা, সমূহীয়া নাম প্ৰসংগ, প্ৰসাদ দিয়া অন্ন প্ৰসাদ গ্ৰহণ অনুষ্ঠিত৷ সন্ধিয়া ৫ বাজি ৩০ মিনিটত ধৰ্ম ধ্বজা অৱৰোহন আৰু নামঘৰ চৌহদত বন্তি প্ৰজ্বলন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

Tags: Diphuডিফু
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx