ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : ৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2025
Reading Time: 1 min read
A A
0
Supreme Court of India : ৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

RELATED POSTS

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

New Logo Smal 1 | ASSAM TIMES POST

দেশৰ ৰাষ্ট্ৰপতি (President of India)য়ে তিনিমাহৰ ভিতৰত (Within three months) যিকোনো বিধেয়ক সন্দৰ্ভ (Reference to any Bill)ত সিদ্ধান্ত ল’ব লাগিব (Decision has to be made)। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ (Suprem Court of India)। বিধেয়ক নাকচ হ’লে তাৰ কাৰণো জনাব লাগিব। সাধাৰণতে যেতিয়া কোনো বিধেয়ক ৰাজ্যিক বিধায়িনী দলে গৃহীত কৰে, তেতিয়া সেইখন ৰাজ্যপালৰ ওচৰলৈ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। যদি ৰাজ্যপালে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’ব নোৱাৰে তেন্তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে যদি এনে বিধেয়ক ৰাজ্যপালৰ পৰা আহে তেন্তে ৰাষ্ট্ৰপতিয়ে অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব নোৱাৰে। ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই। কিন্তু উচ্চতম ন্যায়ালয়ে এই কাম এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি কয়। বিধেয়কখন লাভ কৰাৰ তিনিমাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগিব। যদি অধিক সময় লাগে তেন্তে ইয়াৰ কাৰণ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা উচিত। তামিলনাডু চৰকাৰৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। এই ৰায়দানত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ওপৰত সময়সীমা আৰোপ কৰা হৈছে।

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বিধানসভাত গৃহীত হোৱাৰ পিছত ১০খন বিধেয়ক ৰখাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। ২০২৩ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বাবে ৰাজ্যপালৰ দ্বাৰা বিধেয়কসমূহ প্ৰেৰণ কৰা হয়। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰত ৰাজ্যপালৰ আচৰণক ‘অবৈধ’ বুলি অভিহিত কৰে। আদালতৰ মন্তব্য, “এইটো স্পষ্ট কৰা প্ৰয়োজন, যদি কোনো সাংবিধানিক কৰ্তৃপক্ষই নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো কাম নকৰে, তেন্তে আদালতে তাত হস্তক্ষেপ কৰাৰ পৰা বিৰত নাথাকে।” শুকুৰবাৰে আদালতৰ ৱেবছাইটত আপলোড কৰা হয় ৰায়দানৰ প্ৰতিলিপি।

court | ASSAM TIMES POST
৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ২০১ নং অনুচ্ছেদ অনুসৰি, যেতিয়া কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় তেতিয়া তেওঁ দুটা কাম কৰিব পাৰে। হয় বিধেয়কখনত সন্মত দিয়ক, নহ’লে নাকচ কৰক। কিন্তু সংবিধানত ৰাষ্ট্ৰপতিৰ এই কামৰ কোনো সময়সীমা নিৰ্দিষ্ট কৰা হোৱা নাই। ইয়াৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সঘনাই সংঘাতৰ সৃষ্টি হৈছে। আদালতে কয় যে যদি ৰাজ্যপালে বিধেয়ক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনিৰ্দিষ্টকাললৈ বিধেয়কখন ৰখাই দিয়ে, তেন্তে ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে আদালতলৈ যাব পাৰে।

ৰাষ্ট্ৰপতিৰ সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত হ’ব নোৱাৰে। ফলত যিকোনো বিধেয়ক আইনত পৰিণত হোৱাৰ আগতে সঠিকভাৱে বিবেচনা কৰিব লাগে। আদালতে কয় যে এই বিবেচনাক কঠোৰ সময়সীমাৰে বান্ধি ৰখাটো কঠিন। ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’বলৈ সময় লাগিব পাৰে। সেই বিষয়ে আদালত অৱগত। কিন্তু সেয়া ৰাষ্ট্ৰপতিৰ ‘নিষ্ক্ৰিয়তা’ৰ অজুহাত হ’ব নোৱাৰে। কোনো ন্যায্যতা বা ব্যাখ্যা অবিহনে ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত পলম কৰাটো সাংবিধানিক নীতি উলংঘাৰ সমান। আদালতে ইয়াক ফেডাৰেল গাঁথনিৰ বাবে ক্ষতিকাৰক বুলিও উল্লেখ কৰিছে। এইখিনিতে ক’ব পাৰি যে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো অযথা পলমৰ কোনো স্থান থাকিব নোৱাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SupremeCourtofIndiaছুপ্ৰিমকোৰ্টবিধেয়কসিদ্ধান্ত
Share4Tweet3Send

Related Posts

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

by News Desk
October 28, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

by News Desk
October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

by News Desk
October 28, 2026
50
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

by News Desk
October 28, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

by News Desk
October 27, 2026
51
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

by News Desk
October 27, 2026
51
ADVERTISEMENT
Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

October 28, 2026
50
Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই
Guwahati

Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

October 28, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
50
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ
Guwahati

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

October 28, 2026
Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

October 28, 2026
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d