ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ’ গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 13, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

দেওবাৰে বিয়লি প্ৰায় তিনি বজাত ডিফুৰ ৰংখেলানস্থিত কেএছএ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান কেএছএ ইংলেংফ’ গোটৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক ক্ৰমে, বুদ্ধ তেৰাঙ আৰু বাৰ্নভাছ কিলিঙৰ লগতে নতুত কাৰ্যনিৰ্বাহক সমিতিখনে আনুষ্ঠানিক ভাবে শপত গ্ৰহণ কৰে ৷ জিলাখনৰ স্বায়ত্তৰাজ্যৰ দাবী আন্দোলনত জড়িত সংগঠন কাধাছডিকমকে ধৰি অনান্য দল-সংগঠন আৰু প্ৰাক্তন কেএছএ সভাপতি সম্পাদক সকলৰ উপস্থিতিত নতুন সমিতি খনে শপত বাক্য পাঠ কৰে ৷

ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ' গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:
ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ’ গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:

উক্ত অনুষ্ঠানতে বিদায়ী সভাপতি, সম্পাদক ক্ৰমে, মিৰজেং ক্ৰ’ আৰু জৰ্জ তিমুঙক বিদায় জনোৱাৰ সমান্তৰালকৈ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক ক্ৰম, বুদ্ধ তেৰাঙ আৰু বাৰ্নভাছ কিলিঙক পহ’ আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায় কেএছএৰ বিভিন্ন শাখা সমিতিয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদ্বকদ্বয়ে কয়যে শপত গ্ৰহণ কৰাৰ পাছত আমি কেএছৰ শীৰ্ষ আসনত অধিষ্ঠিত হৈছো ৷

আমাৰ প্ৰথম কাম হৈছে স্বায়ত্তৰাজ্য আন্দোলনক অধিক শক্তিশালী কৰা আৰু ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশ আৰু গুণগত শিক্ষাৰ বাবে জিলাখনত প্ৰচেষ্টা অব্যাহত ৰখা ৷ ইয়াৰোপৰি সীমান্ত সমস্যাৰ লগতে অনান্য সমস্যা সমূহৰ সু সমাধানৰ পথ প্ৰশস্ত কৰা ৷ এই ক্ষেত্ৰত কাৰ্বি আংলংবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে কেএছএৰ শীৰ্ষ নেতাদ্বয়ে ৷

Tags: আদৰণিকাধাছডিকমকাৰ্বি আংলংবাসীকাৰ্যনিৰ্বাহক সমিতিকেএছএ ইংলেংফকেএছএ কাৰ্যালয়কেএছএ নেতা.কেন্দ্ৰীয় সমিতিগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান.গুণগত শিক্ষাছাত্ৰ-ছাত্ৰী শিক্ষাজৰ্জ তিমুঙডিফুৰ ৰংখেলানদেওবাৰে বিয়লিনৱ নিৰ্বাচিত সভাপতিপ্ৰাক্তন সভাপতিবাৰ্নভাছ কিলিঙবিদায়ী সম্পাদকবুদ্ধ তেৰাঙমিৰজেং ক্ৰ'শপত গ্ৰহণশাখা সমিতিশীৰ্ষ আসনসংগঠনসম্পাদকসহায়-সহযোগিতাসাংবাদিকৰ বাৰ্তালাপসীমান্ত সমস্যাস্বায়ত্তৰাজ্য আন্দোলন
Share4Tweet3Send

Related Posts

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx